Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম নগালেণ্ড সীমান্তৰে ক’ৰ পৰা সৰবৰাহ হয় কোটি কোটি টকাৰ ড্ৰাগছ

publisher by publisher
September 14, 2020
in Assam, News
Reading Time: 1 min read
0
অসম নগালেণ্ড সীমান্তৰে ক’ৰ পৰা সৰবৰাহ হয় কোটি কোটি টকাৰ ড্ৰাগছ
2
SHARES
24
VIEWS
ShareShareShareShare

যুৱ প্ৰজন্মক ধ্বংসৰ মাজলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছে সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমকো প্ৰভাৱিত কৰি তোলা পৰিলক্ষিত হৈছে ৷ তলাবন্ধৰ সময়ছোৱাত কাৰ্বি আংলং আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তত মাথো ১৮ কোটি টকাৰো অধিক ব্ৰাউন চুগাৰেই জব্দ কৰিছে  ৷

ADVERTISEMENT

WhatsApp Image 2020 09 14 at 6.21.15 PM

RelatedPosts

Assam Nagaland Border Conflict: সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তত উত্তেজনা

Uriamghat: উৰিয়ামঘাটত এনএছচিএনৰ সন্দেহত আটক ৪ অস্ত্ৰধাৰী নগা যুৱক

Assam-Nagaland border shooting in Mariani:মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত গুলীবৰ্ষণৰ ঘটনা

ইয়াৰ উপৰিও জব্দ কৰিছে পাঁচ কোটি টকাৰ নিষিদ্ধ ডব্লিউ ৱাই টেবলেট, আটক হৈছে বহু সৰবৰাহকাৰী ৷ এই ড্ৰাগছসমূহ মণিপুৰৰ পৰা নগালেণ্ডৰ ডিমাপুৰৰ মাজেৰে অসমলৈ সৰবৰাহ কৰে ড্ৰাগছ ব্যৱসায়ী চক্ৰই ৷

জানিব পৰা মতে এই নিষিদ্ধ ড্ৰাগছৰ অভিকেন্দ্ৰ হ’ল কুখ্যাত সোণালী ত্ৰিভুজৰ অংশ ম্যানমাৰ সীমান্ত ৷ হেৰই’ন, ব্ৰাউন চুগাৰ, ভাং, কানি, নিচাজাতীয় টেবলেটৰ বৃহৎ ভঁৰাল ম্যানমাৰ সীমান্তত নিয়ন্ত্ৰণাধীন উগ্ৰপন্থী গোটৰ  আয়ৰ অন্যতম মাধ্যম ৷

ম্যানমাৰৰ পৰা ড্ৰাগছ আহে মণিপুৰৰ ম’ৰেৰ চোৰাং ড্ৰাগছ ব্যৱসায়ী চক্ৰলৈ আৰু তাৰপৰাই বিভিন্ন মাধ্যম আৰু কৌশলেৰে উত্তৰ পূৰ্বাঞ্চলৰ আনকেইখন ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশলৈও সৰবৰাহ হয় উক্ত মাৰাত্মক ড্ৰাগছ ৷

অসমৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম ক’ৰিডৰ হ’ল ম’ৰেৰ পৰা ডিমাপুৰ হৈ সীমান্ত সংযোগী ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ডিমাপুৰ সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাতেই বিগত ছয় মাহত কাৰ্বি আংলং আৰক্ষীয়ে অসমলৈ সৰবৰাহৰ চেষ্টা কৰা তিনি কেজিৰো অধিক হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷

এই ড্ৰাগছখিনিৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৮ কোটিৰো অধিক বুলি জানিবলৈ দিছে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে ৷ আৰক্ষী বিষয়া জনে জনোৱা মতে নগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানলৈ নি থকা সময়ত সৰবৰাহকাৰী সহ এই ড্ৰাগছখিনি জব্দ কৰা হৈছে  ৷

অৱশ্যে এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ উপৰিও ডিমাপুৰ সংযোগী কে’বাটাও উপপথো ড্ৰাগছ সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰাৰ তথ্য আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ৷ তলাবন্ধৰ সুযোগ লৈ সৰবৰাহকাৰীয়ে পিকআপ ভান, ট্ৰাক আদিত গোপন কক্ষ নিৰ্মাণ কৰি লোৱাৰ লগতে স্পেয়াৰ টায়াৰৰ ভিতৰতো ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ৷

ইপিনে আগষ্ট মাহত কাৰ্বি আংলং আৰক্ষীয়ে মাঞ্জাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্ৰাকৰ পৰা ছয়ানব্বৈ হাজাৰটা ডব্লিউ.ৱাই টেবলেট জব্দ কৰে যাৰ আন্তৰাষ্ট্ৰীয় মূল্য পাঁচকোটি টকা ৷

কাৰ্বি আংলং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰা মতে এই নিচাজাতীয় টেবলেট বিধৰ বাংলাদেশত সৰ্বাধিক চাহিদা আছে আৰু বাংলাদেশৰ বজাৰত ইয়াৰ এটা টেবলেটৰ মূল্যই ছশ টকা ৷  এইদৰে উপৰ্যুপৰি বৰবিহ ড্ৰাগছ জব্দৰ ঘটনাই সকলোকে সচকিত কৰি তোলাৰ লগতে সীমান্তত কটকটীয়া তালাছীৰ পোষকতা কৰিছে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam-Nagaland border
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d