ৰাজ্যত পুনৰ ২৬৪০ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷
ADVERTISEMENT
ইয়াৰে কামৰূপ মে’ট্ৰ’ৰ ৫৭৪ জন আৰু যোৰহাটৰ ২৪০ জন,লখিমপুৰৰ ২০৬জন,গোলাঘাটৰ ১৯৮জন
ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৫৯৩২০ জনলৈ ৷
সুস্থ হৈছে ১২,৭৩৩৫ জন
চিকিৎসাধীন হৈ আছে ৩১,৪০৪ জন আৰু মৃত্যু হৈছে ৫৭৮ জন ।