- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিজাববীয়াকৈ দাখিল কৰা ৩/২০ নম্বৰ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানী গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ।
- ৰাজ্য চৰকাৰৰ মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি ।
- পৰৱৰ্তী শুনানীৰ বাবে ১৪ অক্টোবৰৰ দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ ।
- ৰাজনীতিকৰ বিৰুদ্ধে বিভিন্ন আদালতত বিচাৰাধীন হৈ আছে ৩৯টা গোচৰ ।
ADVERTISEMENT