ভেকচিন সকলোৰে ৰাজহুৱা সম্পত্তি হ’ব লাগিবঃ এইয়া ব্যক্তিগত সম্প্ৰতি নহয়

WhatsApp Image 2020 09 27 at 7.22.15 PM

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিশ্যনে কৰ’না ভেকচিনৰ সন্দৰ্ভত কয় যে, ‘ভেকচিন সকলোৰে ৰাজহুৱা সম্পত্তি হ’ব লাগিব । এইয়া ব্যক্তিগত সম্প্ৰতি নহয় । গতিকে এই ক্ষেত্ৰত কৃপণালি কৰিলে ইতিহাসে কেতিয়াও কাকো ক্ষমা নকৰে ৷’ ইপিনে ৰাষ্ট্ৰ সংঘই প্ৰস্তুত কৰা ভেকচিন প্ৰস্ততৰ ক্ষেত্ৰত সহযোগ কৰা নাই আমেৰিকাই ৷ কিন্তু UNয়ে প্ৰস্তুত কৰা ভেকচিনক আমেৰিকাই বাধা দিবলৈ চেষ্টা কৰিছে বহুকেইখন ৰাষ্ট্ৰই ।কিন্তু ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত সহযোগিতা কৰিব অষ্ট্ৰেলিয়াই ৷

লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি তেওঁলোকে ভেকচিন Covax নিৰাপদ হিচাপে প্ৰমাণ কৰিব পাৰে ৷ তেন্তে বিশ্বৰ সকলো দেশলৈ এই ভেকচিন বিতৰণ কৰিব । আনহাতে সংযুক্ত ৰাষ্ট্ৰ,চীন আৰু ৰাছিয়াৰ সকলোৱে নিজাববীয়া ভেকচিন প্ৰস্তুত কৰিছে ৷ কৰ’না ভাইৰাছক লৈ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা,আমেৰিকা আৰু চীনৰ মাজত বিতৰ্ক অব্যাহত আছে ।

আমেৰিকাই ইতিমধ্যে কৰ’না ভাইৰাছৰ সন্দৰ্ভত একত্ৰিত কৰা সকলো তথ্য ফাদিল নকৰাৰ সন্দৰ্ভত সদৰী কৰিছে ৷ উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিশ্যনে এবাৰ যদি ভেকচিন উপলব্ধ হয় তেন্তে সকলোকে সেয়া বিতৰণ কৰিবলৈ আহ্বান কৰে ৷ আনহাতে সম্প্ৰতি অষ্ট্ৰেলিয়াত কৰ’নাত আক্ৰান্ত হৈছে ২৭,০৪০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ৮৭২ জন লোক।

Exit mobile version