Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কলকাতাত বহিয়ে ইংলেণ্ডৰ বেংকত প্ৰবঞ্চনাৰ জাল

publisher by publisher
October 2, 2020
in India, News
Reading Time: 1 min read
0
কলকাতাত বহিয়ে ইংলেণ্ডৰ বেংকত প্ৰবঞ্চনাৰ জাল
1
SHARES
14
VIEWS
ShareShareShareShare

ভাৰতত বহিয়ে ইংলেণ্ডৰ এটা বেংকৰ পৰা প্ৰৱঞ্চনাৰে ধন উলিয়াই থাকিবলৈ সক্ষম হোৱা চক্ৰ এটাৰ নায়কক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কলকাতা আৰক্ষীৰ চোৰাংচোৱা শাখাই।ধৃত অভিযুক্তৰ ঘৰৰ পৰা নগদ সাত কোটি টকা আৰক্ষীয়ে জব্দ কৰে ।যোৱা আগষ্টতে ভাৰতৰ এটি বেচৰকাৰী বেংকৰ কলকাতা কাৰ্যালয়ৰ পৰা এই প্ৰৱঞ্চনাৰ সন্দৰ্ভত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হয় ।

ADVERTISEMENT

এই তদন্ততে পোহৰলৈ আহে চক্ৰটোৰ নায়ক বেহালাৰ বাসিন্দা গৌৰৱ চাতৱানিৰ নাম ।ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা জুনৰ অন্তিম সপ্তাহত।ভাৰতৰ এটা প্ৰথম শ্ৰেণীৰ বেচৰকাৰী বেংকৰ ইংলেণ্ডস্থিত শাখালৈ গৈ এজন গ্ৰাহকে প্রৱঞ্ছনাৰে কোনোৱে ধন উলিয়াই নিয়াৰ অভিযোগ কৰে ।জন্মসূত্ৰে ভাৰতীয় কিন্তু বৰ্তমান ইংলেণ্ডৰ নাগৰিক তথা বেংকটোৰ গ্ৰজকজনে নিজৰ একাউণ্টৰ পৰা ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৭লাখ টকা নোহোৱা হোৱা বুলি অভিযোগ কৰে ।

RelatedPosts

Fraud at Samaguri Bajrang Filling Station: তেল ডিপোত তেল ভৰাই উধাও গাড়ী

Fraudsters Arniban arrested in Delhi:দিল্লীত নগাঁও আৰক্ষীৰ অভিযানত আটক মহাপ্ৰৱঞ্চক অনির্বান দেউৰী,আটক দেউৰী পিতৃ- মাতৃক

 Dispur Police:মহানগৰীত পুনৰ আৰক্ষীৰ জিন্মাৰ পৰা পলাল আচামী

বেংক গ্ৰাহকজনক ফোনযোগে কোনো অজ্ঞাত লোকে বিশেষ সেৱা লাভ কৰিবলৈ ‘এপ’ ডাউনলোড কৰিবলৈ কয়।এই এপটো ডাউনলোড কৰাৰ পাছৰে পৰা বেংক একাউণ্টৰ পৰা ধন নোহোৱা হ’বলৈ ধৰে । প্ৰকৃততে এপটোৰ যোগেৰে প্ৰৱঞ্চক চক্ৰই নিৰ্দিষ্ট লিংক এটা লাভ কৰে ।ম’বাইলযোগে এই লিংকৰ মাধ্যমত গ্ৰাহকজনৰ ম’বাইলৰ সকলো তথ্যও লাভ কৰে চক্ৰটোৱে ।এনেদৰেই ক্ৰমে গ্ৰাহকজনৰ একাউণ্টৰ পৰা ধন নোহোৱা হ’বলৈ ধৰে ।ইংলেণ্ডৰ বেংকটোৰ পৰা প্ৰৱঞ্চনাৰে উলিওৱা সকলো টকা পোনপটীয়াভাৱে কলকাতাৰ কে’বাটাও একাউণ্টত আহি এই টকা জমা হৈছিল।

বিদেশৰ পৰা ধন আহিলেও এই একাউন্টৰ গৰাকীসকলৰ কিন্তু বিদেশৰে কোনো সম্পৰ্ক নাই ।প্ৰকৃততে আৰক্ষীৰ চকুত ধূলি দিবলৈ এই একাউণ্টবিলাক ‘ভাড়া’ত লৈছিল।আৰক্ষীয়ে বেংকৰ চি চি টি ভি ‘ফুটেজ’ পৰীক্ষা কৰাৰ পাছত বহুকেইজন গ্ৰাহকক চিনাক্ত কৰে ।ইয়াৰ পাছতে চক্ৰটোৰ নায়ক গৌৰৱ চাতৱানিৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ।সম্প্ৰতি গৌৰৱৰ সহযোগীসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FraudUK Bank
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d