Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

দ্বিবনে দিয়া তথ্য এৰাই চলিবলৈ নির্দেশ আৰক্ষীক

publisher by publisher
October 4, 2020
in Assam, News
Reading Time: 1 min read
0
 বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত দ্বিবন ডেকাক জেৰা অব্যাহত
1
SHARES
14
VIEWS
ShareShareShareShare

প্রশ্নকাকত ফাদিলৰ ঘটনাত অসৎ প্রবৃত্তিৰ একাংশ আৰক্ষী বিষয়াৰ লগতে বহুত ডাঙৰ মানুহ জড়িত থকা বুলি যােৱা ২৪ ছেপ্টেম্বৰতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্প্রতি আৰক্ষীৰ জিম্মাত থকা বিজেপি নেতা দ্বিবন ডেকাই ৰাজহুৱা কৰাৰ পাছতাে আজি পর্যন্ত মূল অভিযুক্তৰ শুংসূত্রই উলিয়াব পৰা নাই তদন্তকাৰী সংস্থাসমূহে । ইয়াৰ মাজতে ৰাজনৈতিক হেঁচাত যােৱা ৩০ ছেপ্টেম্বৰত আত্মসমর্পণ কৰিবলৈ যােৱাৰ সময়তে গ্রেপ্তাৰ হােৱা দ্বিবন ডেকাৰ জৰিয়তে সমগ্ৰ ঘটনাৰ লগত পলাতক পি কে দত্তৰ প্রত্যক্ষ সম্পর্ক উদ্ধাৰৰ বাবে তদন্তকাৰী সংস্থাসমূহে ওপৰ মহলৰ নিৰ্দেশত উঠি-পৰি লাগিছে ।

ADVERTISEMENT

মহানগৰ আৰক্ষীৰ এক সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, যােৱা ৩০ ছেপ্টেম্বৰৰ নিশা গ্রেপ্তাৰ হােৱাৰ পাছৰে পৰা মহানগৰ আৰক্ষীৰ জিম্মাত আছে এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা বিজেপি নেতা দ্বিবন ডেকা । মহানগৰ আৰক্ষীৰ অপৰাধ কোষ আৰক্ষী থানাৰ ১৩/২০২০ নম্বৰ গােচৰত গ্রেপ্তাৰ হােৱাৰ পূর্বে যােৱা ২৪ ছেপ্টেম্বৰৰ নিশা ১২.২৪ বজাত ফেচবুকৰ জৰিয়তে সমগ্র ঘটনাত অসৎ প্রবৃত্তিৰ একাংশ আৰক্ষী বিষয়াৰ লগতে বহুত ডাঙৰ মানুহ জড়িত থকাৰ কথা ৰাজহুৱা কৰাৰ লগতে পি কে দত্তৰ নাম নােলােৱাকৈ অনুৰূপ মন্তব্য দিয়ে ধৃত ডেকাই । অথচ ইয়াৰ পাছতাে প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰে জড়িত অসৎ প্রবৃত্তিৰ আৰক্ষী বিষয়া তথা বহুত ডাঙৰ মানুহৰ তথ্য উদ্ধাৰৰ পৰিৱর্তে এই সমগ্র বিষয়ত দত্তৰে প্রত্যক্ষ সম্পর্ক উদ্ধাৰ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে তদন্তকাৰী বিষয়াই।

RelatedPosts

G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ

Drugs Seized In Karimgang:কৰিমগঞ্জত জব্দ ৫০ কোটি টকাৰ ইয়াবা টেবলেট, গ্ৰেপ্তাৰ ১

Promotion List Of Assam Police : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক পদোন্নতি

কিয় থমকি ৰব লগীয়া হৈছে?

প্রশ্নকাকত ফাদিল কৰা চক্ৰটো চিনাক্ত কৰাতকৈ প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্ত এই ঘটনাৰ লগত কেনেদৰে জড়িত সেই সম্পর্কত তথ্য উদ্ধাৰৰ বাবেই বিশেষ শাখাৰ মুখ্য কার্যালয়ত মহানগৰ আৰক্ষীৰ শীর্ষ পর্যায়ৰ একাধিক আৰক্ষী বিষয়াই উপর্যুপৰি জেৰা অব্যাহত ৰাখিছে ধৃত দ্বিবন ডেকাক। কিন্তু পি কে দত্তই প্রশ্নকাকত কাৰ পৰা কেনেকৈ পালে সেই সম্পর্কত কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱর্তে ধৃত ডেকাই ইচ্ছাকৃতভাৱে বিষয়টো সলনি কৰাৰ প্রচেষ্টা চলাইছে বুলি আৰক্ষী সূত্রই প্রকাশ কৰে ।

অৱশ্যে পলাতক দত্তই আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত দাম কৰা যুৱক-যুৱতীসকলক কাৰ কাৰ জৰিয়তে কেনেকৈ যােগাযােগ কৰিছিল আৰু যােৱা ১৯ ছেপ্টেম্বৰলৈকে কি কি পদক্ষেপ গ্রহণ কৰিলে সেই সম্পর্কত সমস্ত তথ্য ধৃত দ্বিবন ডেকাই জেৰাত স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জনায়। কিন্তু প্রশ্নকাকতখন দিত্তই ক’ৰ পৰা পালে সেই সম্পর্কত ধৃত বিজেপি নেতাজন নিৰুত্তৰ হৈ থকাৰ আঁৰত আন এক ৰহস্য থকা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

কি ৰহস্য লুকাই আছে?

মুখ্যমন্ত্রী কার্যালয়ৰে ঘনিষ্ঠতা থকা ব্যক্তিৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক, একাংশ আৰক্ষী বিষয়া তথা শাসকীয় দলৰ নেতা-পালিনেতা সমগ্র কেলেংকাৰিত জড়িত আছে; কিন্তু সংশ্লিষ্টসকলৰ বিৰুদ্ধে সাক্ষ্য প্রমাণ সংগ্ৰহৰ ক্ষেত্ৰত থকা জটিলতাৰ অজুহাততে বিজেপি নেতা ডেকাই নিজে সংশ্লিষ্ট প্রশ্নকাকতৰ প্রতিলিপি পি কে দত্তৰ হােৱাটছএপত প্ৰেৰণ কৰাৰ কথা বর্তমানে জেৰাত স্বীকাৰ কৰা নাই বুলি কয় আৰক্ষীয়ে ।

জেৰাৰ সময়ত এই কথা অস্বীকাৰ কৰিলেও ধৃত দ্বিবনে পি কে দত্তৰ ম’বাইললৈ প্রশ্নকাকত প্ৰেৰণ কৰাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে । সেয়েহে ধৃত ডেকাই ব্যৱহাৰ কৰা ম’বাইল হেণ্ডছেটটো গ্রেপ্তাৰৰ সময়তে জব্দ কৰা বুলি আৰক্ষীয়ে জনায় । লগতে সমগ্র ঘটনাৰ নাম সাঙোৰ খাই পৰা বহু ডাঙৰ মানুহৰ নাম যাতে ৰাজহুৱা নহয় সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিয়া বাবে ধৃত ডেকাই উল্লেখ কৰা কে’বাজনাে নেতাৰ নাম লিপিবদ্ধ কৰা হােৱা নাই বুলিও সূত্ৰটোৱে উল্লেখ কৰে ।

তদুপৰি লেনদেনক কেন্দ্ৰ কৰি পি কে দত্তৰে সংঘাত সৃষ্টি হােৱা বাবেই সহযােগী গৌতম মেছৰ জৰিয়তে প্রশ্নকাকতৰ প্রতিলিপি নিযুক্তি ব’ৰ্ডৰ পদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰলৈ প্ৰেৰণ কৰাৰ কথাও দ্বিবন ডেকাই জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায় । বর্তমানলৈকে পলাতক পি কে দত্তই নিযুক্তিৰ নামত গ্রহণ কৰা ভূমিকাক লৈয়ে ধৃত ডেকাক জেৰা অব্যাহত কৰা বুলি আৰক্ষীয়ে জনায় । ইপিনে, ধৃত ডেকাৰ পত্নীৰ ওপৰত সৃষ্টি কৰা চাপৰ বাবেই পত্নীৰ লগতে দুই সহযােগীৰ সহায়ত যােৱা ৩০ ছেপ্টেম্বৰত তেওঁ আত্মসমর্পণ কৰাৰ কথাও স্বীকাৰ কৰা বুলি আৰক্ষীয়ে কয় ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Assam PoliceDibon DekaSI Exam
publisher

publisher

Related Posts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

February 3, 2023
PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: