Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দ্বিবনে দিয়া তথ্য এৰাই চলিবলৈ নির্দেশ আৰক্ষীক

publisher by publisher
October 4, 2020
in Assam, News
Reading Time: 1 min read
0
 বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত দ্বিবন ডেকাক জেৰা অব্যাহত
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

প্রশ্নকাকত ফাদিলৰ ঘটনাত অসৎ প্রবৃত্তিৰ একাংশ আৰক্ষী বিষয়াৰ লগতে বহুত ডাঙৰ মানুহ জড়িত থকা বুলি যােৱা ২৪ ছেপ্টেম্বৰতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্প্রতি আৰক্ষীৰ জিম্মাত থকা বিজেপি নেতা দ্বিবন ডেকাই ৰাজহুৱা কৰাৰ পাছতাে আজি পর্যন্ত মূল অভিযুক্তৰ শুংসূত্রই উলিয়াব পৰা নাই তদন্তকাৰী সংস্থাসমূহে । ইয়াৰ মাজতে ৰাজনৈতিক হেঁচাত যােৱা ৩০ ছেপ্টেম্বৰত আত্মসমর্পণ কৰিবলৈ যােৱাৰ সময়তে গ্রেপ্তাৰ হােৱা দ্বিবন ডেকাৰ জৰিয়তে সমগ্ৰ ঘটনাৰ লগত পলাতক পি কে দত্তৰ প্রত্যক্ষ সম্পর্ক উদ্ধাৰৰ বাবে তদন্তকাৰী সংস্থাসমূহে ওপৰ মহলৰ নিৰ্দেশত উঠি-পৰি লাগিছে ।

ADVERTISEMENT

মহানগৰ আৰক্ষীৰ এক সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, যােৱা ৩০ ছেপ্টেম্বৰৰ নিশা গ্রেপ্তাৰ হােৱাৰ পাছৰে পৰা মহানগৰ আৰক্ষীৰ জিম্মাত আছে এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা বিজেপি নেতা দ্বিবন ডেকা । মহানগৰ আৰক্ষীৰ অপৰাধ কোষ আৰক্ষী থানাৰ ১৩/২০২০ নম্বৰ গােচৰত গ্রেপ্তাৰ হােৱাৰ পূর্বে যােৱা ২৪ ছেপ্টেম্বৰৰ নিশা ১২.২৪ বজাত ফেচবুকৰ জৰিয়তে সমগ্র ঘটনাত অসৎ প্রবৃত্তিৰ একাংশ আৰক্ষী বিষয়াৰ লগতে বহুত ডাঙৰ মানুহ জড়িত থকাৰ কথা ৰাজহুৱা কৰাৰ লগতে পি কে দত্তৰ নাম নােলােৱাকৈ অনুৰূপ মন্তব্য দিয়ে ধৃত ডেকাই । অথচ ইয়াৰ পাছতাে প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰে জড়িত অসৎ প্রবৃত্তিৰ আৰক্ষী বিষয়া তথা বহুত ডাঙৰ মানুহৰ তথ্য উদ্ধাৰৰ পৰিৱর্তে এই সমগ্র বিষয়ত দত্তৰে প্রত্যক্ষ সম্পর্ক উদ্ধাৰ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে তদন্তকাৰী বিষয়াই।

কিয় থমকি ৰব লগীয়া হৈছে?

প্রশ্নকাকত ফাদিল কৰা চক্ৰটো চিনাক্ত কৰাতকৈ প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্ত এই ঘটনাৰ লগত কেনেদৰে জড়িত সেই সম্পর্কত তথ্য উদ্ধাৰৰ বাবেই বিশেষ শাখাৰ মুখ্য কার্যালয়ত মহানগৰ আৰক্ষীৰ শীর্ষ পর্যায়ৰ একাধিক আৰক্ষী বিষয়াই উপর্যুপৰি জেৰা অব্যাহত ৰাখিছে ধৃত দ্বিবন ডেকাক। কিন্তু পি কে দত্তই প্রশ্নকাকত কাৰ পৰা কেনেকৈ পালে সেই সম্পর্কত কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱর্তে ধৃত ডেকাই ইচ্ছাকৃতভাৱে বিষয়টো সলনি কৰাৰ প্রচেষ্টা চলাইছে বুলি আৰক্ষী সূত্রই প্রকাশ কৰে ।

অৱশ্যে পলাতক দত্তই আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত দাম কৰা যুৱক-যুৱতীসকলক কাৰ কাৰ জৰিয়তে কেনেকৈ যােগাযােগ কৰিছিল আৰু যােৱা ১৯ ছেপ্টেম্বৰলৈকে কি কি পদক্ষেপ গ্রহণ কৰিলে সেই সম্পর্কত সমস্ত তথ্য ধৃত দ্বিবন ডেকাই জেৰাত স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জনায়। কিন্তু প্রশ্নকাকতখন দিত্তই ক’ৰ পৰা পালে সেই সম্পর্কত ধৃত বিজেপি নেতাজন নিৰুত্তৰ হৈ থকাৰ আঁৰত আন এক ৰহস্য থকা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

কি ৰহস্য লুকাই আছে?

মুখ্যমন্ত্রী কার্যালয়ৰে ঘনিষ্ঠতা থকা ব্যক্তিৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক, একাংশ আৰক্ষী বিষয়া তথা শাসকীয় দলৰ নেতা-পালিনেতা সমগ্র কেলেংকাৰিত জড়িত আছে; কিন্তু সংশ্লিষ্টসকলৰ বিৰুদ্ধে সাক্ষ্য প্রমাণ সংগ্ৰহৰ ক্ষেত্ৰত থকা জটিলতাৰ অজুহাততে বিজেপি নেতা ডেকাই নিজে সংশ্লিষ্ট প্রশ্নকাকতৰ প্রতিলিপি পি কে দত্তৰ হােৱাটছএপত প্ৰেৰণ কৰাৰ কথা বর্তমানে জেৰাত স্বীকাৰ কৰা নাই বুলি কয় আৰক্ষীয়ে ।

জেৰাৰ সময়ত এই কথা অস্বীকাৰ কৰিলেও ধৃত দ্বিবনে পি কে দত্তৰ ম’বাইললৈ প্রশ্নকাকত প্ৰেৰণ কৰাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে । সেয়েহে ধৃত ডেকাই ব্যৱহাৰ কৰা ম’বাইল হেণ্ডছেটটো গ্রেপ্তাৰৰ সময়তে জব্দ কৰা বুলি আৰক্ষীয়ে জনায় । লগতে সমগ্র ঘটনাৰ নাম সাঙোৰ খাই পৰা বহু ডাঙৰ মানুহৰ নাম যাতে ৰাজহুৱা নহয় সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিয়া বাবে ধৃত ডেকাই উল্লেখ কৰা কে’বাজনাে নেতাৰ নাম লিপিবদ্ধ কৰা হােৱা নাই বুলিও সূত্ৰটোৱে উল্লেখ কৰে ।

তদুপৰি লেনদেনক কেন্দ্ৰ কৰি পি কে দত্তৰে সংঘাত সৃষ্টি হােৱা বাবেই সহযােগী গৌতম মেছৰ জৰিয়তে প্রশ্নকাকতৰ প্রতিলিপি নিযুক্তি ব’ৰ্ডৰ পদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰলৈ প্ৰেৰণ কৰাৰ কথাও দ্বিবন ডেকাই জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায় । বর্তমানলৈকে পলাতক পি কে দত্তই নিযুক্তিৰ নামত গ্রহণ কৰা ভূমিকাক লৈয়ে ধৃত ডেকাক জেৰা অব্যাহত কৰা বুলি আৰক্ষীয়ে জনায় । ইপিনে, ধৃত ডেকাৰ পত্নীৰ ওপৰত সৃষ্টি কৰা চাপৰ বাবেই পত্নীৰ লগতে দুই সহযােগীৰ সহায়ত যােৱা ৩০ ছেপ্টেম্বৰত তেওঁ আত্মসমর্পণ কৰাৰ কথাও স্বীকাৰ কৰা বুলি আৰক্ষীয়ে কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceDibon DekaSI Exam
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d