বোকাজানত বজ্ৰপাতত দুই কিশোৰৰ অকাল মৃত্যু

lightning2

 

■ বজ্ৰপাতত নিহত বোকাজান কাৱৰাম বস্তিৰ অজয় পানিকা (১৫), আৰু ৰাহুল পানিকা (১৪)।

■ দুয়ো বৰজান উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰ ।

■ ঘৰৰ পিছফালে গৰু আনিবলৈ যোৱাৰ অৱস্থাত বজ্ৰ পৰি থিতাতে মৃত্যুক আঁকোৱালি ল’লে দুই কিশোৰে ।

■ বোকাজান অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

■ দুই কিশোৰৰ অকাল মৃত্যুত সম্প্ৰতি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

Exit mobile version