কৰ’নাৰ চিকিৎসাৰ মাজতে চিকিৎসালয়ৰ বাহিৰলৈ ওলাই আহিল ড’নাল্ড ট্ৰাম্পঃচাওক ভিডিঅ’

Trump US China 61726 74318831 ver1.0

President Donald Trump smiles during his meeting with Chinese Vice Premier Liu He in the Oval Office of the White House in Washington, Friday, Feb. 22, 2019. (AP Photo/Susan Walsh)

 

আমেৰিকাৰ ৰাষ্ট্ৰপতি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে কিছু সময়ৰ কাৰণে চিকিৎসালয়ৰ পৰা বাহিৰলৈ গৈ তেওঁৰ সমৰ্থকসকলক অভিবাদন কৰে।

আনহাতে ক’ভিডৰ প্ৰট’কল অমান্য কৰি বাহিৰলৈ ওলাই অহা ট্ৰাম্প সমালোচনাৰ সন্মুখীন হৈছে ৷

ট্ৰাম্পে বুলেট প্ৰুফ বাহনৰ ভিতৰৰ পৰা সমৰ্থকসকলক অভিবাদন কৰে ।

চিকিৎসালয়ৰ পৰা বাহিৰলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত ট্ৰাম্পে টুইটাৰত এটা ভিডিঅ’ প’ষ্ট কৰে ৷

Source: Youtube

Exit mobile version