- ছদিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ পি কে দত্তক ।
- এসপ্তাহৰ বাবে জিম্মাত বাবে বিচাৰিছিল চি আই ডিয়ে।
- ক’ভিড নিগেটিভ পি কেৰ।
- মেচাৰ্চ অক্ষয় টেলি কমিউনিকেছন ৰ কাৰ্যালয় ছীল ।
- প্ৰশ্ন কাকত ফাদিলৰ গোচৰৰ অক্ষয় টেলিকমিউনিকেছনৰ সঞ্চালক গৌতম মেছ, ৰুবুল হাজৰিকা, সৰোজ শৰ্মাকে ধৰি বৃহৎ চক্ৰ জড়িত থকাৰ অভিযোগ ।
- ধৃত পিকে – দ্বিবন ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই অভিযান ।
ছদিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ পি কে দত্তক
-
By publisher
Related Content
Rahul Gandhi:পাঁচ জুনত মহিলাৰ একাউণ্টত সোমাব এক লাখ টকা খটাখট খটাখট : আমেঠিত ঘোষণা ৰাহুলৰ
By
publisher
May 18, 2024
Jorhat Murder: সুৰাপায়ী পিতৃক পুত্ৰ-পত্নীয়ে হত্যা কৰি সৎকাৰ কৰিলে মৃতদেহ !
By
publisher
May 18, 2024
Drugs Paddlar Arrested In Morigaon:মৰিগাঁৱৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্রাগছসহ আটক সৰবৰাহকাৰীক
By
publisher
May 18, 2024