জনতা ভৱনত ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

WhatsApp Image 2020 10 13 at 1.26.50 PM

◆ ৰাজ্যত এই পর্যন্ত ২৮,৪৩৯ জন ক’ভিড ৰোগী চিকিৎসাধীন অৱস্থাত আছে ।
◆ সুস্থতাৰ হাৰ ৮৫% ।
◆ ৰাজ্যত এই পর্যন্ত ৪০ লাখ কৰ’না টেষ্ট সম্পন্ন ।
◆ দুৰ্গা পূজাৰ সময়ত সকলো ক’ভিড প্ৰট’কল মানি চলিব লাগিব ।
◆ পুজা মণ্ডপসমূহ মুকলিকৈ ৰাখিব লাগিব।
◆ মণ্ডপ সমূহত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বেলেগ বেলেগ হ’ব লাগিব ।
◆ পুজা মণ্ডপত প্ৰৱেশ কৰোতে সকলোৱে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ।
◆ পুজা কমিটিৰ সকলো লোক, স্বেচ্ছাসেৱক আৰু পুৰোহিতে পঞ্চমীৰ দিনা ক’ভিড টেষ্ট কৰিব লাগিব ।
◆ দেৱী বিসৰ্জন পিছত পুনৰ টেষ্ট কৰিব লাগিব ।
◆ পূজাৰ দিনকেইটাত দুজন পুৰুষে একেলগে মটৰচাইকেলত ঘূৰিব নোৱাৰিব।
◆ ১০ বজাৰ পিছত পুজা মণ্ডপসমূহ বন্ধ কৰিব লাগিব।
◆ সাংস্কৃতিক অনুষ্ঠান বা কোনো প্ৰতিযোগিতাৰ আয়োজন কৰিব নোৱাৰিব পুজা কমিটিসমূহে ।
◆ আনহাতে, ৯ বজাৰ লগে লগে বন্ধ কৰিব লাগিব হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ ।

 

Exit mobile version