- দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনক লগত লৈ চি আই ডিয়ে চলাইছে অভিযান ।
- বেংক অৱ বৰোদাৰ বৰপেটা শাখাত অভিযান ।
- বেংকৰ ল’কাৰত ৪৬ লাখ ৭৭ হাজাৰ টকা উদ্ধাৰ ।
- উদ্ধাৰ হৈছে ৯২০ গ্ৰাম সোণ ।
- উদ্ধাৰ হোৱা সোণখিনিৰ চৰকাৰী মূল্য ৩৮ লাখ ৬৬ হাজাৰ টকা ।
- বৰপেটাৰ কে’বাটাও বেংকত তুলিকা বৰ্মনৰ নামত আছে একাউণ্ট ।
- আটাইকেইটা বেংকত চলিব চিআইডিৰ অভিযান ।
দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনক লগত লৈ অভিযান CIDৰ
-
By publisher

Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026