বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ মৃত্যু

31e1a54a e8d0 4f24 ad46 7eae00abbb65

 

সোমবাৰে মাজনিশা বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱে গুৱাহাটীৰ এপ’ল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ ৷

দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ,হৃদৰোগত আক্ৰান্ত হৈ আছিল।

বহু উচ্চস্তৰৰ পদত অধিষ্ঠিত আছিল বিশিষ্ট অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱ ৷

ইপিনে অৰ্থনীতিবিদ জনৰ মৃত্যুত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ পদক্ষেপ লোৱাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷

Exit mobile version