Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাৰ প্ৰভাৱ : শাৰদীয় উৎসৱত এইবাৰ ৰূপসজ্জাত প্ৰাধান্য পাব আপোনাৰ চকুযুৰিয়ে

publisher by publisher
October 21, 2020
in Assam, Lifestyle, Spirituality
Reading Time: 1 min read
0
দৈনিক অগ্ৰদূতৰ আলাপ অনুষ্ঠানৰ আজিৰ অতিথি বিশিষ্টা সৌন্দৰ্য বিশেষজ্ঞা ভানু শৰ্মা
2
SHARES
19
VIEWS
ShareShareShareShare
আকৌ আহিল শাৰদীয় দুৰ্গা পূজা ।শুকুলা শেৱালিৰ সুবাস বিলাই আহিল শৰৎ ।কৰ'নাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আগৰদৰে পুজাত মুকলিকৈ ঘূৰি উপভোগ কৰিব নোৱাৰিব, তথাপিও বৰ্তমানৰ পুজাৰ দিনকেইটাত হয়তো ঘৰুৱা পাৰ্টী বা ফেমিলি গেট টুগেদাৰৰ আয়োজন নিশ্চয়  হ'ব  ।এইহেন বতৰত নিশ্চয় আপুনিও থিৰেৰে থাকিব নোৱাৰিব ।

পূজাৰ দিনকেইটাত নিজকে সজাই পৰাই তুলিবলৈ কাৰ নো মন নাযায় । নিজৰ চালখন আৰু চকুযুৰি উজ্জ্বলাই তুলিবলৈ থাকে অসীম হেঁপাহ। সেয়েহে আমি আপোনাক লৈ যাব বিচাৰিছো অসমৰ এগৰাকী আগশাৰীৰ সৌন্দৰ্য বিশেষজ্ঞাৰ ওচৰলৈ। তেওঁ আপোনালোকক ক’ব সৌন্দৰ্যৰ গোপন ৰহস্যৰ কথা ।

ADVERTISEMENT

এইবাৰ পুজাৰ ৰূপসজ্জাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে অসমৰ আগশাৰীৰ সৌন্দৰ্য বিশেষজ্ঞা ভানু শৰ্মাই ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

এইবাৰ পূজাৰ ড্ৰেছিং ষ্টাইল, মেকআপ আৰু হেয়াৰ ষ্টাইলৰ ট্ৰেণ্ড হ’ব একেবাৰে সাধাৰণ ।

যিহেতু অতিমাৰীয়ে এইবাৰ আৰ্থিক ক্ষেত্ৰত বহু বেয়াকৈ প্ৰভাৱিত কৰিছে সেয়ে সকলোৰে বাবে এযোৰ দামী কাপোৰ পৰিধান কৰি পুজালৈ যোৱাটো সম্ভৱ হৈ নুঠিব পাৰে । সেয়ে কম মূল্যৰ কাপোৰ এযোৰেৰেই নিজকে যিমান পাৰি আকৰ্ষণীয় কৰি তুলিব লাগিব ।

আনহাতে, মুখৰ মেকআপো এইবাৰ আনবাৰতকৈ অলপ পৃথক হ’ব  । কেৱল চকুৰ মেকআপত অধিক গুৰুত্ব দিয়া হ’ব । কাৰণ অতিমাৰীৰ বাবে সকলোৱে পৰিধান কৰিব লাগিব মাস্ক ।

যিহেতু মুখৰ তলৰ অংশ মাস্ক পৰিধান কৰাৰ ফলত ঢাক খাই থাকিব তেনে ক্ষেত্ৰত এইবাৰ কেৱল চকুৰে কথা ক’ব লাগিব আৰু হাঁহিবও লাগিব চকুৰে ।

চকুৰ মেকআপৰ ক্ষেত্ৰত আপুনি যেতিয়া eyeshadow লগাব তেতিয়া ব্যৱহাৰ কৰিব পাৰিব Light Shimmer. Eyelessৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব Eyeless Extension. লগতে Eyebrow যাতে আকৰ্ষণীয় হয় তাৰ ওপৰত গুৰুত্ব দিব ।

কিন্তু নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ কেৱল ডিজাইনৰ কাপোৰ যোৰ বা মেকআপেই যথেষ্ট নহয় । তাৰ আগতে আপুনি নিজৰ মুখ খনৰ ভালদৰে যত্ন ল’ব লাগিব । যাতে আপোনাৰ মুখৰ ছালখন পৰিষ্কাৰ, দাগবিহীন আৰু  উজ্জ্বল হৈ থাকে ।

আনহাতে, মহামাৰীৰ পৰিপ্ৰেক্ষিতত হয়তো ঘৰতে বেছি কাম নকৰাৰ ফলত মুখত চামনি পৰিছে ।  কিন্তু ইয়াৰ বাবে আপুনি কি কৰিব? এই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াইছে ভানু শৰ্মাই ।

♦ মন কৰক ছালখন আকৰ্ষণীয় কৰি তোলাৰ প্ৰণালী:-

◆ ঘৰতে থকা চাৰি/পাঁচটা তেঁতেলীৰ বাকলি গুচাই গুটিসমূহ উলিয়াই এটা পাত্ৰত পানীত ৰাখি থওক ।

◆ কোমল হৈ যোৱাৰ পাছত তেঁতেলীখিনি চেকনিৰে চেকি ৰাখিব ।

◆ তাৰ পিছত চচপেনত গাখীৰত কম পৰিমাণৰ চাউলৰ গুড় দি উতলিবলৈ দিব ।

◆ এই মিশ্ৰণটো চেকি ৰখা তেঁতেলীখিনিৰ স’তে মিহলাই দিব । লগত দিব এচিকুট হালধি।

◆ এই প্ৰলেপটো ১৫ মিনিটৰ বাবে মুখত লগাব ।

◆ ইয়াৰ পিছত জবা ফুল বা গাজৰৰ ৰস আইচ কিউবৰ প্লেটত ফ্ৰীজত ৰাখি থব ।

◆ প্ৰলেপটো ১৫ মিনিট মান লগাই ৰখাৰ পিছত জবা ফুল বা গাজৰৰ ৰসৰ আইচ কিউবটো গোটেই মুখত লগাব ।

উপকাৰিতা : প্ৰলেপটো মুখত ব্যৱহাৰ কৰাৰ ফলত মুখখন পৰিষ্কাৰ হোৱাৰ লগতে ছালখন উজ্জ্বল, ধুনীয়া  আৰু  ছালৰ মৃতকোষসমূহ নাইকিয়া কৰাত সহায়ক হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assambeauty expertbhanu sarma
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d