■ হৃদৰোগত আক্ৰান্ত কপিল দেৱ ।
■ দিল্লীৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে কপিল দেৱক ।
■ বিশ্বকাপ বিজয়ী তথা ভাৰতীয় ক্ৰিকেট দলৰ প্রাক্তন অধিনায়কগৰাকীৰ Angioplasty কৰা হৈছে ।
■ চিকিৎসালয়ৰ পৰা জনোৱা সূত্ৰ অনুসৰি, কপিলদেৱ বৰ্তমান বিপদমুক্ত আৰু শাৰীৰিক অৱস্থা স্থিতিশীল ।
■ টিনা থাকৰে নামৰ ক্ৰিয়া সাংবাদিকগৰাকীয়ে কপিল দেৱৰ অসুস্থতাৰ সন্দৰ্ভত টুইট কৰিছিল ।
হৃদৰোগত আক্ৰান্ত কপিল দেৱ
-
By publisher

- Categories: India, News
- Tags: Delhi HospitalKapil Dev
Related Content
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
By
publisher
April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026