কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ কাৰণে লাভৱান হ’ব বিজেপিঃ ৰঞ্জিত দাস

Ranjit Das

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ২০২১ৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ কাৰণে BJP লাভৱান হ’ব। BJP য়ে নতুনকৈ পাব ১০ টা সমষ্টি ৷

সমষ্টিকেইটা হৈছে সৰুপথাৰ,গোলাঘাট,মৰিয়ণি,নাজিৰা,তিতাবৰ,শিৱসাগৰ,ডুমডুমা,নাওবৈচা,লক্ষীপুৰ,উত্তৰ কৰিম গঞ্জ ৷

এনেদৰে বিজেপিয়ে ২০২১ ৰ নিৰ্বাচনৰ ১০৩ টা সমষ্টিৰ পাব ৷

বৰাকত বিজেপিৰ উত্থান হৈছে।

২০২১ৰ নিৰ্বাচন BJP ৰ কাৰণে প্ৰত্যাহ্বানহীন নিৰ্বাচন হ’ব৷

Exit mobile version