অপহৰণ কৰি নি ইনতাজ আলীক হত্যা কৰিলে মিজো দুষ্কৃতিকাৰীয়ে

WhatsApp Image 2020 11 02 at 10.58.29 AM

■অপহৰণ কৰি নিয়া কাছাৰ জিলাৰ লায়লাপুৰ ফ্ৰেন্সনগৰৰ ইনতাজ আলীক হত্যা কৰিলে মিজো দুষ্কৃতিকাৰীয়ে ৷
■ দেওবাৰে লায়লাপুৰৰ এক জংঘলৰ পৰা ইনতাজ আলীক অপহৰণ কৰি লৈ গৈছিল মিজো দুষ্কৃতিকাৰীয়ে ৷ অপহৰণ কৰি নিয়াৰ পিছতে তেওঁৰ ফটো ভাইৰেল কৰিছিল মিজো সকলে ৷
■ আজি মিজোৰামত মিজো দুষ্কৃতিকাৰীয়ে ইনতাজ আলীক হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
■ আলীৰ মৃতদেহ অসমত লৈ অনাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী প্ৰশাসনে ৷
■ ইপিনে ইনতাজ আলীৰ হত্যাৰ খবৰ পাই পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে লায়লাপুৰত । স্থানীয় ৰাইজ পথলৈ ওলাই আহিছে আৰু যিকোনো সময়ত সীমান্তত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে ৷

Exit mobile version