৯২খন আসনেৰে ৰাজ্যসভাত বিজেপিৰ আধিপত্য

WhatsApp Image 2020 11 03 at 2.02.05 PM

সোমবাৰে বিজেপিৰ লগত ৰাজ্যসভাৰ ৯ জন সাংসদৰ স’তে উচ্চ সদনৰ সাংসদৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি পাইছে ৷

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সাংসদৰ সংখ্যা ৩৮ লৈ হ্ৰাস পাইছে ৷

আনহাতে জম্মু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ডত,হাৰিয়ানা,দিল্লী,ৰাজস্থান,গুজৰাট,অন্ধ্ৰপ্ৰদেশ,চিকিম,অৰুণাচল প্ৰদেশ,ত্ৰিপুৰা,নাগালেণ্ড,মিজোৰাম আৰু মণিপুৰত কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিব ।

Exit mobile version