প্ৰসংগ আমেৰিকাৰ নিৰ্বাচনঃ কাৰ ভাগ্যত হোৱাইট হাউচ ?

us election trump biden

আগন্তুক দিনত হাইপ্ৰফাইল হুৱাইট হাউচ কাৰ দখললৈ আহিব,সেই সন্দৰ্ভত ইতিমধ্যে কাউন্ট ডাউন আৰম্ভ হৈছে। কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত প্ৰাথমিক পৰ্যায়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অতিক্ৰম কৰি আগবাঢ়িছে জ’ বাইডেন। এই পৰ্যন্ত ট্ৰাম্পতকৈ বাইডেন আগবাঢ়িছে ২২১ টা ভোটত ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি ডেম’ক্ৰেটিক প্ৰাৰ্থী বাইডেন নিউ মেক্সিকো,নিউয়ৰ্ক,নিউ জাৰ্চি,মেৰিলেণ্ড,ভাৰমন্ট আদিত জয়ী লাভ কৰিছে। আনহাতে ওৱাশ্বিংটন,কেলিফৰ্ণিয়া আৰু ইংলেণ্ডৰ একাংশ ৰাজ্যত ডেম’ক্ৰেটিক বাইডেনে জয় লাভ কৰিছে ৷

ইপিনে ৰিপাব্লিকান জয়ী হৈছে South Carolina and Alabama, South Dakota, North Dakota, Arkansas, Tennessee, West Virginia, Oklahoma , kentucky  and Indiana আদিত ৷

আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ ১৬০ মিলিয়ন লোকে ভোটাদান কৰিছে। প্ৰাৰ্থী বাইডেন আৰু ট্ৰাম্পে অন্তিম দিনলৈকে আমেৰিকাবাসীক ভোটদান কৰিবলৈ আহ্বান কৰিছে ৷

ইপিনে আমেৰিকাত প্ৰায় ৪০ লাখ লোক ভাৰতীয় মূলৰ ৷ইয়াৰে ২৫ লাখে ভোটদানৰ অধিকাৰ লাভ কৰিছে।

Exit mobile version