Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চিৰাং জিলা সমিতি কোচ ৰাজবংশী জাতীয় মহাসভা ভংগ

publisher by publisher
November 14, 2020
in News, Politics
Reading Time: 1 min read
0
চিৰাং জিলা সমিতি কোচ ৰাজবংশী জাতীয় মহাসভা ভংগ
2
SHARES
23
VIEWS
ShareShareShareShare

আজি কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ হয়৷ চিৰাং জিলাৰ কদমতলিত আয়োজিত এক সংবাদ মেলত চিৰাং জিলা সমিতি কোচ ৰাজবংশী জাতীয় মভাসভাৰ সভাপতি নিৰ্মল কুমাৰ ৰায়ে ভংগ কৰি দিয়ে জিলা সমিতিৰ লগতে তিনিখনকৈ আঞ্চলিক সমিতি ।

ADVERTISEMENT

এই সন্দৰ্ভত জিলা সভাপতিজনে কয় “কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে কেতিয়া কি কৰে জিলা সমিতিয়ে একো নাজানে । সেয়ে কাঠ পুতুলা হৈ থকাৰ ইচ্ছা নাই । ” তেওঁ লগতে কেতবোৰ বিস্ফোৰক মন্তব‍্য কৰি কয় যে অৰাজনৈতিক সংগঠন কোচ ৰাজবংশী জাতীয় মহাসভা কিন্তু সম্পাদক বিশ্বজিত ৰায়ে কেতিয়াবা যদি হাগ্ৰামা মহিলাৰীৰ তাত কেতিয়াবা ইউপিপিএল দলৰ প্ৰমোদ বড়োৰ তাত আকৌ কেতিয়াবা বিজেপিৰ তাত গৈ দৰদাম কৰে।

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

এনডিএ চৰকাৰৰ প্রশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ: জধে-মধে ১৫জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিশ্বজিত ৰায়ৰ কোনো স্থায়িত্বই নাই । য’তেই যায় মাথো সম্পাদক আৰু লগত দুই এজনক লৈ যায়।” সেয়ে এই সংগঠনত কাঠৰ পুতলা হৈ থকাৰ কোনো যুক্তি নাই বুলিয়ে আজি চুড়ান্ত সিদ্ধান্ত লৈ চিৰাং জিলা সমিতিখন ভংগ কৰি দিয়ে সভাপতি নিৰ্মল কুমাৰ ৰায়ে ৷লগতে আজিৰে পৰা চিৰাং জিলাত কোচ ৰাজবংশী জাতীয় মহাসভা বুলি একো নাথাকিব বুলিও তেওঁ সদৰী কৰে ৷

সংবাদ মেলত ৰায়ে কেন্দ্ৰীয় সমিতিৰ কোনো কাৰ্য‍কৰী সভাও অনুষ্ঠিত নকৰাৰ অভিযোগ কৰে বিশ্বজিত ৰায়ৰ বিৰুদ্ধে। এনে ধৰণৰ নেতাৰ পৰা ৰাইজক আতৰি থকাৰ আহ্বান জনায় নেতাজনে । জাতীয় চিন্তা দূৰত ৰাখি বিক্ৰী হৈ যোৱা দেখা পোৱা বুলিও কয় সংবাদ মেলত। বহু আশাৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ নেতাজনক আদৰি আনি জিলা সমিতি গঠন কৰিছিল যদিও বাস্তৱত একো নাপালে বুলিও কয়। অৱশ‍্যে এই কমিটী ভংগ কৰি তেওঁলোক কোন দল বা সংগঠনত যোগ দিব সেয়া এতিয়াও ঠিক কৰা নাই যদিও যিয়ে আদৰণি জনাব তাতে যাব বুলিও কয়।

বিশ্বজিত ৰায়ৰ দালালি ৰাইজে প্ৰত‍্যক্ষ কৰি আছে বুলিও কয় জিলা সভাপতি জনে । হাগ্ৰামা মহিলাৰীৰ সৈতে বহি ছেটিং নহ’ল তাৰ পিচত ইউপিপিএল দলৰ প্ৰমোদ বড়োৰ সৈতে বহিল এতিয়া আকৌ বিজেপি দলৰ সৈতে । বিশ্বজিত ৰায় আচলতে কংগ্ৰেছৰহে মানুহ । গতিকে তেওঁৰ স্থিতি কি বুলিও প্ৰশ্ন কৰে নিৰ্মল কুমাৰ ৰায়ে । স্থিতি নথকা নেতাৰ সংগঠনৰ জিলা সভাপতি হৈ থকাৰ ইচ্ছা নথকাত জিলা সমিতি ভংগ কৰাৰ কথা কয়। অৰাজনৈতিক জাতীয় সংগঠন হৈ অৰাজনৈতিক স্থিতিত নাথাকি ৰাজনৈতিক দলৰ সৈতে হলিগলিৰ অভিযোগ কৰে বিশ্বজিত ৰায়ৰ বিৰুদ্ধে ।

সাংগঠনিকভাৱে কোনো দলক সমৰ্থন নকৰি বিবেক ভোট দিয়াৰ আহ্বান জনোৱাৰ পক্ষপাতি আছিল যদিও বিশ্বজিত ৰায়ে তেনে নকৰি পোনে পোনে ৰাজনৈতিক দলত যোৱা বুলি অভিযোগ কৰে ৰায়ে ৷ কাৰণ বিটিচিত বাস কৰিলে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সৈতে ভাতৃত্ববোধেৰে মিলিজুলি জীয়াই থাকিব লাগিব বুলি কয়। উন্নয়ণৰ বাবে আগবাঢ়ি অহা দল সংগঠনক সমৰ্থন জনাই থকাৰ কথাও সংবাদ মেলত সদৰী কৰে নিৰ্মল কুমাৰ ৰায়ে ৷সংবাদ মেলত কেন্দ্ৰীয় সদস‍্য ভবেশ ৰায়ৰ লগতে কেবাজনো আঞ্চলিক আৰু জিলা সমিতিৰ সদস‍্য উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHIRANGKoch-Rajbongshi Jatiya Mahasabha
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d