Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এনডিএ চৰকাৰৰ প্রশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ: জধে-মধে ১৫জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

ৰুণীখাটাৰ ঘটনাৰ আঁৰত ৰাজনৈতিক প্রতিহিংসা!

publisher by publisher
April 19, 2026
in Assam, News
Reading Time: 1 min read
0
এনডিএ চৰকাৰৰ প্রশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ: জধে-মধে ১৫জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

ক্ৰমাৎ স্বাভাৱিক হ’বলৈ ধৰিছে চিৰাং জিলাৰ ৰুণীখাটাৰ পৰিস্থিতি।তৎসত্ত্বেও সমগ্র জিলাখনত শুকুৰবাৰৰ ঘটনাক লৈ প্রতিক্রিয়া অব্যাহত আছে। ইয়াৰ সমান্তৰালভাবে সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) য়ো ঘটনাটোক লৈ সৰৱ হৈ আছে।

ADVERTISEMENT

এনে অৱস্থাতে একাংশই অভিযোগ উত্থাপন কৰিছে যে এই ঘটনাৰ অন্তৰালত ৰাজনৈতিক প্রতিহিংসা পূৰণৰ উদ্দেশ্য জড়িত আছে। আনহাতে, শুকুৰবাৰে বন বিভাগৰ বেদখল উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সংক্রান্তত আৰক্ষীয়ে নিশা ১৫ জন লোকক গ্রেপ্তাৰ কৰে।

অৱশ্যে এই লোককেইজনক জধে-মধে গ্রেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৃত লোককেইজনৰ একাংশৰ পৰিয়ালৰ লোকৰ দাবী অনুসৰি তেওঁলোকক কৰ্মৰত অৱস্থাৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।

ইয়াৰে দুজনে বাসুগাঁৱৰ পাৰ্লাৰত কাম কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আনে। পাৰ্লাৰৰ চিচি কেমেৰা পৰীক্ষা কৰিলেই সকলো স্পষ্ট হ’ব বুলিও লোক দুজনৰ পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে। একেদৰে ধৃত আন কে’বাজনো পৰিয়ালৰ লোকেও দাবী কৰে যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোককেইজন নিৰীহ লোক।

ৰুণীখাটাত শুকুৰবাৰে কি ঘটনা সংঘটিত হ’ল সেই বিষয়েও তেওঁলোক অৱগত নহয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। এনে অৱস্থাতে আজি আৰক্ষীয়ে আটাইকেইজনক আদালতত হাজিৰ কৰায়। আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইপিনে, স্থানীয় একাংশ লোকে অভিযোগ কৰা অনুসৰি এই ঘটনাৰ আঁৰত ৰাজনৈতিক প্রতিহিংসা জড়িত আছে। এইবাৰ বিধানসভা নির্বাচনত আদিবাসী ৰাইজে বিপিএফৰ বিৰুদ্ধে ভোটদান কৰাৰ তথ্য লাভ কৰি এনডিএ চৰকাৰৰ অধীনত থকা প্রশাসনে হাৰাশাস্তি কৰিছে নেকি বুলিও একাংশই প্রশ্ন উত্থাপন কৰিছে।

আৰক্ষীয়ে লক্ষ্য কৰি লোৱা একাংশ ইউপিপিএলৰ স’তে জড়িত বুলিও স্থানীয় একাংশ লোকে মন্তব্য কৰিছে।

ইপিনে, শুকুৰবাৰে এই হিংসাত্মক ঘটনাৰ সন্দর্ভত অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে চিৰাঙৰ জ্যেষ্ঠ অধীক্ষক মোহনলাল মীনাই। ইয়াৰে কেইজনমানক চিনাক্ত কৰা হৈছে বুলিও মীনাই সদৰী কৰে। আনহাতে, যোৱা নিশা গ্ৰেপ্তাৰ কৰা ১৫ জনক আৰক্ষীয়ে জিলাখনৰ বিজনী, বাসুগাঁও, ছিদলী আৰু কাজলগাঁও থানাত ৰাখে।

কালি স্বাস্থ্য পৰীক্ষাৰ পাছত আবেলি চাৰি বজাত তেওঁলোকক এখন বাছত উঠাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালতলৈ আৰক্ষীয়ে লৈ যায়। আনহাতে যোৱা বৃহস্পতিবাৰে নিশা বন বিভাগৰ আক্ৰমণত আহত মহিলা আজিও কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই আহত মহিলাক চিকিৎসাৰ বাবে আৰক্ষীয়ে ভৰ্তি কৰায়। অৱশ্যে বন বিভাগে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰিছে। তৎসত্ত্বেও প্রতিবাদকাৰীসকলে বাৰম্বাৰ দাবী কৰিছে যে প্ৰতিবাদৰ মূল কাৰণ আছিল আদিবাসী মহিলাক আক্রমণ আৰু শ্লীলতা হানি।

আনহাতে, কালি ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বিটিচি মুৰব্বী হাগ্রামা মহিলাৰীয়ে। পাছত তেওঁ কালিৰ হিংসাত্মক ঘটনাৰ ঘটনাক গৰিহণা দিয়ে। সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে কয়, ‘এই ঘটনা দুই-এজন অপৰাধীয়ে কৰিছে। ইয়াৰ বাবে আদিবাসীসকলক দোষাৰোপ কৰি লাভ নাই। দোষীয়ে শাস্তি পাব। ঘটনা সংক্রান্তত আমি বন বিভাগৰ পৰা প্ৰতিবেদন লৈ অসম চৰকাৰক জনাম। গৃহ বিভাগ আমাৰ হাতত নাই। সেয়া ৰাজ্য চৰকাৰে চাব।’

বন বিভাগৰ বিৰুদ্ধে মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ আছে আৰু তেনে অৱস্থাত বন বিভাগ বা আৰক্ষীৰ তদন্ত কিমান নিৰপেক্ষ হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিটিচি মুৰব্বীজনে কয়, ‘আইনৰ ওস্তাদ হ’ব নালাগে। বন বিভাগৰ দায়িত্ব দিছে আমাক। আমি বন বিভাগৰ পৰা প্রতিবেদন ল’ব লাগিব। বাকী ৰাজ্য চৰকাৰে চাব। মই যিহেতু আইনৰ মাষ্টৰ নহয়। চৰকাৰী বস্তু নষ্ট কৰিছে। চৰকাৰে ইয়াৰ বিচাৰ কৰিব।’

কোন দোষী আৰু কোন নির্দোষী সেয়া তদন্তত সকলো ওলাই পৰিব বুলিও তেওঁ মন্তব্য কৰে। এই সম্পৰ্কত তেওঁ আৰু কয়, ‘আপুনি-মই এই বিষয়ে চিন্তা কৰি লাভ নাই। আইনৰ কাম আইনে কৰিব।’

এই ঘটনাৰ স’তে ৰাজনীতিও জড়িত থাকিব পাৰে বুলি তেওঁ ইংগিত দিয়ে। এই সম্পর্কত তেওঁ কয়, ‘আজিৰ দিনত এইটো নতুন কথা নহয়। এনে ধৰণৰ ঘটনাৰ লগত ৰাজনৈতিক কাৰণ থাকেই। বনাঞ্চল ৰক্ষাৰ বাবেহে বন বিভাগে কাম কৰে। আমি ইয়াত সহযোগিতা কৰিব লাগে।’

ইপিনে, চিৰাঙৰ বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে কয় যে কালিৰ হিংসাত্মক ঘটনাৰ ফলত বন কাৰ্যালয়ৰ যি ক্ষতি হ’ল সেয়া সামান্য; কিন্তু চিৰাঙৰ সংৰক্ষিত বনাঞ্চলৰ যি ক্ষতি বেদখলকাৰীসকলে কৰিছে সেয়া অপূৰণীয়। নিতৌ ন ন অঞ্চলত বনাঞ্চল ধ্বংস হৈ আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

আনহাতে, আছাৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাইচেন টুডুক আটক কৰাৰ কাৰ্যক সংগঠনটোরে তীব্র ভাষাৰে গৰিহণা দি শীঘ্রে নেতাজনক মুক্তি দিবলৈ দাবী উত্থাপন কৰিছে। এই দাবী উত্থাপন কৰি আছাৰ সভাপতি গডউইন হেমৰম আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ছুৰিনে এক বিবৃতিত কয়, ‘আমাৰ চিৰাং জিলাৰ সমিতিয়ে কেন্দ্রীয় সমিতিক অৱগত কৰা অনুসৰি যোৱা ১৬ এপ্রিলত বন বিভাগে আটক কৰা আদিবাসী লোকসকলক মুকলি কৰি অনাৰ স্বাৰ্থত ৰাইচেন টুডুৰ নেতৃত্বত জিলা সমিতিৰ বিষয়ববীয়াসকল বন বিভাগৰ লগত আলোচনাত মিলিত হয়। সন্ধিয়ালৈ তেওঁলোকে আটকাধীন ব্যক্তিসকলক মোকলাই আনে। টুডুৰ আটকক কোনোপধ্যে মানি লোৱা নহ’ব।’

লগতে আছাই শুকুৰবাৰে আদিবাসী মহিলাসকলৰ শ্লীলতা হানিৰ অভিযোগৰ এক ন্যায়িক তদন্তও দাবী উত্থাপন কৰিছে। ঘটনাটোক নিন্দা কৰি আছা নেতৃত্বই লগতে কয়, ‘আমি প্রকৃত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছো। ইয়াৰ বাবে প্রয়োজনীয় সকলো সহযোগিতা আছাই প্রশাসনক আগবঢ়াব। ‘

উল্লেখ্য যে অভিযোগ অনুসৰি শুকুৰবাৰে পুৱাৰ পৰা প্ৰতিবাদী জনতাই কণীখাটাত বন বিভাগৰ ছখন বাহন আৰু ছটা বন্দুক জ্বলাই দিয়ে। সম্প্রতি অঞ্চলটোত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে। অঞ্চলটোত নিয়মিতভাৱে আৰক্ষী, ৰেপিড একচন ফ’ৰ্চ আৰু চিআৰপিয়ে টহল দি আছে। এনে পৰিস্থিতিত এক চেপা উত্তেজনাও বিৰাজ কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHIRANG
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d