অৱশেষত নিয়ন্ত্ৰণলৈ আহিল বাঘজান তৈলক্ষেত্ৰৰ BGR – 5 ৰ জুই

WhatsApp Image 2020 11 15 at 3.25.13 PM

আজি দিনৰ প্ৰায় ১১ – ৫০ বজাত নিৰ্বাপিত হ’ল এই জুই।

৮ জনীয়া বিদেশী বিশেষজ্ঞৰ সফলতা ।

কানাডাৰ পৰা অনা SNABING UNITৰ সহায়ত নিৰ্বাপিত কৰা হৈছে এই জুই৷

 ৫ নৱেম্বৰৰ পৰা SNABING UNIT এ জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰিছিল ।

Exit mobile version