Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত এইবাৰ ৭৬,০২০ ভোটাৰ বৃদ্ধি

publisher by publisher
November 19, 2020
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যত এইবাৰ ৭৬,০২০ ভোটাৰ বৃদ্ধি
1
SHARES
8
VIEWS
ShareShareShareShare

তুলনামূলকভাৱে মহিলা ভোটাৰৰ সংখ্যা সামান্য বৃদ্ধি আৰু যুৱ ভোটাৰৰ দপ্‌দপনিৰে আগন্তুক বৰ্ষত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচন আয়োগে ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে । শেহতীয়া চূড়ান্তৰ ভোটাৰ তালিকাতকৈ এইবাৰৰ খচৰাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নতুন ভোটাৰৰ সংখ্যা ৭৬,০২০ গৰাকী ।

ADVERTISEMENT

উল্লেখ্য যে খচৰাত অন্তৰ্ভুক্ত ভোটাৰৰ সংখ্যা ২,২৪,৩৯,৫২২ গৰাকী । ইয়াৰ বিপৰীতে যোৱা ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত তালিকা অনুসৰি ৰাজ্যৰ বৰ্তমান ভোটাৰৰ সংখ্যা ২,২৩,৬৩,৫০২ জন । খচৰা তালিকা অনুসৰি ৰাজ্যত পুৰুষ ভোটাৰ হ’ল ১,১৪,২৫,৭৪৮ জন আৰু মহিলা হ’ল ১,১০,১৩,৭৭৪ গৰাকী । ইয়াৰ ভিত্তিত পুৰুষ ভোটাৰৰ ক্ষেত্ৰত বৰ্তমানৰ লগত খচৰাৰ পাৰ্থক্য হ’ল ৩০,৭৭৬ জন আৰু মহিলাৰ ক্ষেত্ৰত পাৰ্থক্য হ’ল ৪৫,২৪৪ গৰাকী ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ইপিনে খচৰা অনুসৰি ৰাজ্যত আগন্তুক নিৰ্বাচনত যুৱ ভোটাৰৰ দপ্‌দপনি চলিব । কাৰণ ২০-২৯ বছৰ বয়সলৈ সৰ্বাধিক ভোটাৰ আছে । সেই সংখ্যা হ’ল ৬০,৬৪,৬৭৮ জন । ইয়াৰে পুৰুষ ভোটাৰ হ’ল ৩০,৮৯,৮৫৬ জন আৰু মহিলা ভোটাৰ হ’ল ২৯,৭৪,৮২২ গৰাকী । ইয়াৰ পাছতে ৫৬,৫৬,৭২৪ জন ভোটাৰ হ’ল ৩০ৰ পৰা ৩৯ বছৰ বয়সলৈ । তেওঁলোকৰ ২৮,৪২,৫৯৮ জন পুৰুষ আৰু ২৪,১৪,১২৬ গৰাকী মহিলা ।

নিৰ্বাচন বিভাগে সদৰী কৰা অনুসৰি ৰাজ্যত এইবাৰ নতুন ভোটাৰৰ সংখ্যা হ’ল ১,১৭,০৫১ জন । ১৮-১৯ বছৰ বয়সৰ ভিতৰৰ এইসকল ভোটাৰৰ ৫৯,১৮৫ জন পুৰুষ আৰু ৪৭,৮৬৬ গৰাকী মহিলা । ইয়াৰ উপৰি ৪০-৪৯ বছৰ বয়সলৈ ৪৫,৩৬,০২০ জন । ৫০-৫৯ বছৰ বয়সলৈ ৭,৮৩,১৬৯ জন আৰু ৮০ৰ পৰা ঊৰ্ধ্বলৈ ৩,১৫,০২৩ জন ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে । নিৰ্বাচন আয়োগে লগতে সদৰী কৰে যে আগন্তুক নিৰ্বাচনত থাকিবলগীয়া ভোট কেন্দ্ৰৰ সংখ্যা হ’ল ২৮,২০৫ টা ।

আনহাতে এইবাৰৰ ভোটাৰৰ বৃদ্ধিৰ হাৰ হ’ল ০.১৪ শতাংশ । নিৰ্বাচন আয়োগে গণতান্ত্ৰিক ব্যৱস্থাতো শক্তিশালী কৰাৰ স্বাৰ্থত ভোটাৰৰ বাবে যোগ্য হৈও বিভিন্ন কাৰণত বাদপৰা লোকসকলৰ নাম উপযুক্তাৰ ভিত্তিত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযান চলাবলৈ সকলো জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছে । তাৰ ভিত্তিত যোৱা ১৬ নৱেম্বৰৰ পৰা সকলো জিলাত সজাগতা অভিযান চলিব । তাৰ মাজতে আজি খচৰা ভোটাৰ তালিকা আয়োগে প্ৰকাশ কৰে । ইপিনে আজিৰ পৰা অহা ১৫ ডিচেম্বৰলৈ খচৰাৰ ভিত্তিত ৰাইজৰ দাবী আৰু আপত্তি প্ৰকাশ কৰা হ’ব । চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব আগন্তুক বৰ্ষৰ ১৫ জানুৱাৰীত ।

খচৰা অনুসৰি সৰ্বাধিক ১৪,২৪,২৮২ জন ভোটাৰ থকা জিলাখন হ’ল নগাঁও । আনহাতে আটাইতকৈ কম ১,২৮,৮৬৮ জন ভোটাৰ থকা জিলাখন মাজুলী । উল্লেখ্য যে জিলাখনত এটাই বিধানসভা সমষ্টি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamElection
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d