■ ভাৰতীয় সেনাৰ বৃহৎ সাফল্য।
■ এক নিৰ্দিষ্ট লক্ষ্যত অভিযান চলাই শুক্ৰবাৰে পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ একাধিক লঞ্চ প্যাড ধ্বংস কৰি দিয়ে ।
■ চৰকাৰী সূত্ৰৰ মতে, পাকিস্তানৰ প্রৰোচনামূলক আক্ৰমণৰ প্ৰত্যুত্তৰত উৰী আৰু কেৰন অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ কে’বাটাও লঞ্চ প্যাড ধ্বংস কৰি দিয়ে ।
■ ইয়াৰ লগতে পাক সেনাৰ একাধিক তেলৰ গিলান, বোমা-বাৰুদৰ ঘাটিও নষ্ট কৰি দিয়ে ভাৰতীয় সেনাই।
পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান
![Assam News Today | পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান - Dainik Agradoot | 95913279 mediaitem95913277](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/11/95913279_mediaitem95913277.jpg?fit=976%2C650&ssl=1)