Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এইবাৰ অমৰনাথ যাত্রাত নাথাকিব হেলিকপ্টাৰ সেৱা !

    যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 

    হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

    কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত

    Tinsukia:তিনিচুকীয়াত নীট পৰীক্ষাত বিদ্যাধাৰাৰ সফলতাঃউৎফুল্লিত পৰীক্ষাৰ্থী 

    Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আছুৰ দুলীয়াজানৰ অধিবেশনৰ উত্তেজনাপূর্ণ সমাপ্তি কিহৰ মায়াত বন্দী হৈ ৰ’ল বর্ষীয়ান নেতা!

publisher by publisher
November 23, 2020
in Assam, India, News
Reading Time: 1 min read
0
আছুৰ দুলীয়াজানৰ অধিবেশনৰ উত্তেজনাপূর্ণ সমাপ্তি কিহৰ মায়াত বন্দী হৈ ৰ’ল বর্ষীয়ান নেতা!
4
SHARES
40
VIEWS
ShareShareShareShare

আছুৰ দুলীয়াজান অধিবেশনে উদঙাই দিলে ছাত্র পৰিকল্পনাৰে ভট্টাচার্যৰ বিদায়ৰ চৰ্চাকহে সবাতােকৈ সংগঠনটোৰ ভিতৰচ’ৰাত দীর্ঘদিন ধৰি চলি অহা বিভাজন নতুন পুৰুষৰ হাতত আছুক তুলি অধিক প্রাধান্য বিষয় কৰি তােলা হয় এক চৰম আৱেগ আৰু কুটিল ৰাজনীতিৰ স্বৰূপ।দিয়াৰ নামত চলিল ভেকোভাওনা আৰু উত্তেজনাৰ পৰিবেশত এইবাৰ অধিবেশনত বর্ষীয়ান নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ আছুত থাকি যােৱাৰ পথ প্রশস্ত কৰি নাটক সামৰিলে বিদায়ৰ লগতে সভাপতি দীপাংক নাথ আৰু বিদায়ী ভট্টাচার্যই। ইয়াকে লৈ অধিবেশনতে তীব্র চর্চা চলিছে। কিহৰ মায়া-মােহত ভট্টাচার্য আছুত চিৰবন্দী হৈ থাকিবলগীয়া হৈছে বুলিও প্রশ্ন উঠিছে। তেওঁৰ সিদ্ধান্তক আওপকীয়াকৈ তীব্র আক্রমণাত্মকভাৱে সমালােচনা কৰে বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতিয়ে। চৰম কটাক্ষ, শ্লেষ মিহলি সুৰেৰে কালি লুৰীণজ্যোতিয়ে ৰাজহুৱাভাৱে কয় যে জনতাৰ নেতাই নেতাৰ দৰে ব্যৱহাৰ কৰিব লাগে। কাপুৰুষৰ দৰে নহয়। দীর্ঘদিন ধৰি আছুৰ ভিতৰে-বাহিৰে। সমুজ্জ্বল-লুৰীণজ্যোতিৰ মতবিৰােধ চর্চিত হৈ আহিছিল আৰু দুলীয়াজানত ই প্ৰকট হৈ পৰিল।

ADVERTISEMENT

নতুন সম্পাদকে কি ক’লে: নতুন প্রজন্মক দায়িত্ব দিয়াৰ ঘােষণা কেৱল কার্যকৰী কৰিলে লুৰীণজ্যোতিয়ে। সূত্রত প্রকাশ যে নৱ নির্বাচিত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা লুৰীণজ্যোতিৰ অতি ঘনিষ্ঠ। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা প্রতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাত একেৰাহে দুটা কার্যকাল সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ লগতে শংকৰজ্যোতিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছু গােটৰ জৰিয়তে সেৱা আগবঢ়াই কেন্দ্রীয় কার্যনির্বাহকৰ দায়িত্ব লাভ কৰিছিল। এক আছুতীয়া সাক্ষাৎকাৰত আজি শংকৰজ্যোতিয়ে কয় যে তেওঁ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা চলাব আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধানত অধিক গুৰুত্ব দিব।

RelatedPosts

Nine people died in the heat wave in Assam: ৰাজ্যত উৎকট গৰমত কমেও নজনে প্রাণ হেৰুৱালে

Severe heat waves in Assam:ৰাজ্যত পাৰাস্তম্ভ উর্ধ্বমুখী, উত্তাপ স্বাভাৱিকতকৈ পাঁচ ডিগ্রী বৃদ্ধি

Leopard caged:দুলীয়াজানৰ মায়াজান চাহ বাগিচাত সন্ত্ৰাস সৃষ্টিকাৰী বনৰজা বন্দী

নৱনির্বাচিত সাধাৰণ সম্পাদকজনে কয় যে আছুত যিবােৰ বিতর্ক চলি আছে। উক্ত বিতর্কসমূহ আছুৰ নতুন কেন্দ্রীয় কার্যনির্বাহকৰ প্ৰতিজন সদস্যই জিলা আছু, মহকুমা আছুৰ প্ৰতিজন কর্মকর্তাৰ আশিস লৈ আৰু অসমৰ ৰাইজৰ অভিভাৱকত্বত এই বিতর্কসমূহৰ অনাগত দিনত অৱসান ঘটাব। শংকৰজ্যোতিয়ে কয়,‘ছাত্ৰ সন্থাক গতিশীল কৰিব লাগিব। অসমৰ শিক্ষাৰ ক্ষেত্ৰত যিবােৰ আসােৱাহ আছে সেইবােৰ দূৰ কৰিব লাগিব। ছাত্র-ছাত্রীৰ শৈক্ষিক ভৱিষ্যতৰ উন্নয়নৰ বাবে ন ন পাঠ্যক্রম অসমৰ শিক্ষানুষ্ঠানসমূহত প্ৰৱর্তনৰে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ফেৰ মাৰিব পৰাকৈ প্রচেষ্টা অব্যাহত থাকিব। তেওঁ কয় যে কৰনাৰ সংক্ৰমণত অসমৰ ছাত্র-ছাত্রীসকল বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে, কাৰণ অসমৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী কোঠাৰ শিক্ষাৰ বাহিৰে কোনাে বিকল্প পথ নাই।সেয়েহে যিকোনাে পৰিস্থিতিতে ছাত্র-ছাত্রীৰ শিক্ষা যাতে বাধাগ্রস্ত নহয়, তাৰ বাবে বিকল্প উপায়ৰ সন্ধান কৰিব বুলি তেওঁ কয়।

ইপিনে, লুৰীণজ্যোতিয়ে আছুৰ পৰা অব্যাহতি লােৱাৰ সন্দৰ্ভত শংকৰজ্যোতিয়ে কয় যে আছুত তেওঁৰ যি শেষ ত্যাগ আছিল সেই ত্যাগ মহান ত্যাগ। ছাত্রনেতাজনে আছুৰ মুখ্য উপদেষ্টা ভট্টাচার্য আছুত থকা-নথকা সন্দৰ্ভত কয় যে সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত যদিও আছুৰ নতুন চামে তেওঁৰ সান্নিধ্য পালে আগন্তুক দিনত আছুৰ কার্য পৰিচালনা কৰাত সুবিধা হ’ব। সূত্রত প্রকাশ যে আজি পুৱা দীপাংকক সভাপতি আৰু শংকৰজ্যোতিক সাধাৰণ সম্পাদকৰূপে ঘােষণা কৰাৰ লগতে সমুজ্জ্বল ভট্টাচাৰ্যক নতুন সমিতিত মুখ্য উপদেষ্টাৰূপে কার্যনির্বাহ কৰিবলৈ আহ্বান জনায়। বর্ষীয়ান নেতাজনে বিবেচনা কৰি সিদ্ধান্ত ল’ব বুলি কয়।

নৱ নির্বাচিত সমিতিৰ প্ৰথমখন কার্যনির্বাহকত তেওঁ সিদ্ধান্ত সদৰী কৰাৰ সম্ভাৱনা আছে। প্রতিনিধি সভাগৃহৰ পৰিৱর্তে বিষয় বাছনি সম্পন্ন হয় দুলীয়াজান ক্লাবত যােৱা নিশা মুকলি সভাৰ পাছতে বিষয় বাছনি সভা অনুষ্ঠিত হােৱাৰ কথা আছিল যদিও নিশা দুই বজাতহে অনুষ্ঠিত হ’ব বুলি কোৱা হয় আৰু তাৰ বাবে সকলােৱে অপেক্ষা কৰি থাকে। পুৱতি নিশা চাৰি বাজি যােৱাৰ পাছতাে প্রতিনিধি সভাত উপস্থিত নহ’ল কেন্দ্রীয় নেতৃত্ব এই স্থানতে বিষয় বাছনি সভাখন অনুষ্ঠিত কৰাৰ কথা আছিল। অৱশেষত ধৈৰ্যৰ বান্ধ খােল খােৱাত অধিকাংশ আছুৰ প্রতিনিধিয়ে কেন্দ্রীয় নেতৃত্বই বাহৰ পাতি থকা দুলীয়াজান ক্লাব আৰু অইলৰ জালনী আৱর্ত ভৱনৰ সন্মুখত ভিৰ কৰে। তিনি শীর্ষ নেতা সমুজ্জ্বল, দীপাংক আৰু।লুৰীণজ্যোতিয়ে তিনিটা বন্ধ কোঠাত সােমাই থকাৰ লগতে সভাপতি-সাধাৰণ সম্পাদকৰ তালিকা প্রস্তুতত মতবিৰােধৰ বাবে বিষয় বাছনি সভা যথেষ্ট পলম হয়।

চর্চা অনুসৰি আছুৰ প্রতিনিধিসকল দুভাগত বিভক্ত হৈ আছিল। এটা পক্ষ সাধাৰণ সম্পাদক লুৰীণজ্যোতিৰ আৰু আনটো পক্ষ উপদেষ্টা ভট্টাচাৰ্যৰ বুলি চৰ্চা চলিছিল। সূত্রত প্রকাশ যে দুটা পক্ষত বিভক্ত হােৱা বাবে বিষয় বাছনি সভাই জটিল ৰূপ ধাৰণ কৰে। ইপিনে, সভাপতি দীপাংকই মৌনতা অৱলম্বন কৰিয়ে নিজৰ স্থিতি স্থিৰ কৰিলে বুলি সূত্রত প্রকাশ। অৱশেষত সকলাে প্রতিনিধিয়ে দুলীয়াজান ক্লাবত অৱস্থান কৰাৰ পাছত ক্লাবতে তালিকা প্রস্তুত কৰি পুৱা আঠ বজাত বাহিৰলৈ আহে সমুজ্জ্বল ভট্টাচার্য, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱাৰ লগতে বাকী কেন্দ্রীয় বিষয়ববীয়াসকল।

অৱশ্যে তেতিয়া উপস্থিত নাছিল লুৰীণজ্যোতি। ভট্টাচাৰ্যই আগন্তুক কার্যকালৰ বাবে সভাপতি-সাধাৰণ সম্পাদকৰ নাম ঘােষণা কৰে আৰু নতুন সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে। দীর্ঘদিন ধৰি দুলীয়াজানত আছুৰ পৰা অব্যাহতি ল’ব বুলি সকলাে মাধ্যমত ঘােষণা কৰি অহাৰ পাছতাে ভট্টাচার্য প্রতিনিধিৰ অনুৰােধৰ প্ৰতি গুৰুত্ব দি বিবেকৰ স’তে কথা পাতিবলৈ সময় বিচৰা বুলি কয়। লুৰীণজ্যোতিয়ে কথা মতেই আছুৰ পৰা বিদায় ললে; অথচ সমুজ্জ্বল ভট্টাচার্যই বিদায় নােলােৱা ঘটনাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। উল্লেখ্য যে বিষয় বাছনি সভাৰ পর্যবেক্ষকৰ দায়িত্বত আছিল মুখ্য উপদেষ্টা ভট্টাচার্য।

আছুৰ নতুন কার্যনির্বাহক হৈছে সভাপতি দীপাংক নাথ,পাঁচজনকৈ উপ-সভাপতি ক্রমে বিপুল ৰাভা, প্রকাশ দাস, মানিক গগৈ, উদ্দীপ্তজ্যোতি গগৈ, নৱজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাৰ লগতে পাঁচজন সহকাৰী সাধাৰণ সম্পাদক ক্রমে ধর্মেশ্বৰ দাস, জয়ন্ত কুমাৰ ভট্টাচার্য, জোন খাউণ্ড, প্রজ্ঞান ভূঞা, উৎপল শর্মা। শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা, সাহিত্য সম্পাদক পৰিস্মিতা বৰা, কার্যালয় সম্পাদক সমুদ্র পাটগিৰি, সাংস্কৃতিক সম্পাদক বিনয় ডুবে, বিত্ত সম্পাদক ফণীন্দ্ৰ ৰাজবংশী, মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গােস্বামী, প্রচাৰ সম্পাদক জিতুমণি ভূঞা,তথ্য সম্পাদক মৃদুল হাজৰিকা, ক্রীড়া সম্পাদক পূর্ণ ডেকা, বেদান্ত শইকীয়া, ১২ জন সাংগঠনিক সম্পাদক আৰু কে’বাজনাে সদস্য-সদস্যা।

আছুৰ নতুন কার্যনির্বাহক : নতুন কার্যনির্বাহক হৈছে সভাপতি দীপাংক নাথ,পাঁচজনকৈ উপ-সভাপতি ক্রমে বিপুল ৰাভা, প্রকাশ দাস, মানিক গগৈ, উদ্দীপ্তজ্যোতি গগৈ, নৱজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাৰ লগতে পাঁচজন সহকাৰী সাধাৰণ সম্পাদক ক্রমে ধর্মেশ্বৰ দাস, জয়ন্ত কুমাৰ ভট্টাচার্য, জোন খাউণ্ড, প্রজ্ঞান ভূঞা, উৎপল শর্মা। শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা, সাহিত্য সম্পাদক পৰিস্মিতা বৰা, কার্যালয় সম্পাদক সমুদ্র পাটগিৰি, সাংস্কৃতিক সম্পাদক বিনয় ডুবে, বিত্ত সম্পাদক ফণীন্দ্র ৰাজবংশী, মুখ্য সাংগঠনিক সম্পাদক অভিৱর্তন গােস্বামী, প্রচাৰ সম্পাদক জিতুমণি ভূঞা,তথ্য সম্পাদক মৃদুল হাজৰিকা, ক্রীড়া সম্পাদক পূর্ণ ডেকা, বেদান্ত শইকীয়া, ১২ জন সাংগঠনিক সম্পাদক আৰু কে’বাজনাে সদস্য-সদস্যা।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUAssamDuliajan
publisher

publisher

Related Posts

এইবাৰ অমৰনাথ যাত্রাত নাথাকিব হেলিকপ্টাৰ সেৱা !
India

June 18, 2025
যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 
India

যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 

June 18, 2025
হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 
India

হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

June 18, 2025
কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত
India

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত

June 18, 2025
Tinsukia:তিনিচুকীয়াত নীট পৰীক্ষাত বিদ্যাধাৰাৰ সফলতাঃউৎফুল্লিত পৰীক্ষাৰ্থী 
News

Tinsukia:তিনিচুকীয়াত নীট পৰীক্ষাত বিদ্যাধাৰাৰ সফলতাঃউৎফুল্লিত পৰীক্ষাৰ্থী 

June 18, 2025
Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা
News

Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

June 18, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d