Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আছুৰ দুলীয়াজানৰ অধিবেশনৰ উত্তেজনাপূর্ণ সমাপ্তি কিহৰ মায়াত বন্দী হৈ ৰ’ল বর্ষীয়ান নেতা!

publisher by publisher
November 23, 2020
in Assam, India, News
Reading Time: 1 min read
0
আছুৰ দুলীয়াজানৰ অধিবেশনৰ উত্তেজনাপূর্ণ সমাপ্তি কিহৰ মায়াত বন্দী হৈ ৰ’ল বর্ষীয়ান নেতা!
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

আছুৰ দুলীয়াজান অধিবেশনে উদঙাই দিলে ছাত্র পৰিকল্পনাৰে ভট্টাচার্যৰ বিদায়ৰ চৰ্চাকহে সবাতােকৈ সংগঠনটোৰ ভিতৰচ’ৰাত দীর্ঘদিন ধৰি চলি অহা বিভাজন নতুন পুৰুষৰ হাতত আছুক তুলি অধিক প্রাধান্য বিষয় কৰি তােলা হয় এক চৰম আৱেগ আৰু কুটিল ৰাজনীতিৰ স্বৰূপ।দিয়াৰ নামত চলিল ভেকোভাওনা আৰু উত্তেজনাৰ পৰিবেশত এইবাৰ অধিবেশনত বর্ষীয়ান নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ আছুত থাকি যােৱাৰ পথ প্রশস্ত কৰি নাটক সামৰিলে বিদায়ৰ লগতে সভাপতি দীপাংক নাথ আৰু বিদায়ী ভট্টাচার্যই। ইয়াকে লৈ অধিবেশনতে তীব্র চর্চা চলিছে। কিহৰ মায়া-মােহত ভট্টাচার্য আছুত চিৰবন্দী হৈ থাকিবলগীয়া হৈছে বুলিও প্রশ্ন উঠিছে। তেওঁৰ সিদ্ধান্তক আওপকীয়াকৈ তীব্র আক্রমণাত্মকভাৱে সমালােচনা কৰে বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতিয়ে। চৰম কটাক্ষ, শ্লেষ মিহলি সুৰেৰে কালি লুৰীণজ্যোতিয়ে ৰাজহুৱাভাৱে কয় যে জনতাৰ নেতাই নেতাৰ দৰে ব্যৱহাৰ কৰিব লাগে। কাপুৰুষৰ দৰে নহয়। দীর্ঘদিন ধৰি আছুৰ ভিতৰে-বাহিৰে। সমুজ্জ্বল-লুৰীণজ্যোতিৰ মতবিৰােধ চর্চিত হৈ আহিছিল আৰু দুলীয়াজানত ই প্ৰকট হৈ পৰিল।

ADVERTISEMENT

নতুন সম্পাদকে কি ক’লে: নতুন প্রজন্মক দায়িত্ব দিয়াৰ ঘােষণা কেৱল কার্যকৰী কৰিলে লুৰীণজ্যোতিয়ে। সূত্রত প্রকাশ যে নৱ নির্বাচিত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা লুৰীণজ্যোতিৰ অতি ঘনিষ্ঠ। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা প্রতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাত একেৰাহে দুটা কার্যকাল সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ লগতে শংকৰজ্যোতিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছু গােটৰ জৰিয়তে সেৱা আগবঢ়াই কেন্দ্রীয় কার্যনির্বাহকৰ দায়িত্ব লাভ কৰিছিল। এক আছুতীয়া সাক্ষাৎকাৰত আজি শংকৰজ্যোতিয়ে কয় যে তেওঁ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা চলাব আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধানত অধিক গুৰুত্ব দিব।

নৱনির্বাচিত সাধাৰণ সম্পাদকজনে কয় যে আছুত যিবােৰ বিতর্ক চলি আছে। উক্ত বিতর্কসমূহ আছুৰ নতুন কেন্দ্রীয় কার্যনির্বাহকৰ প্ৰতিজন সদস্যই জিলা আছু, মহকুমা আছুৰ প্ৰতিজন কর্মকর্তাৰ আশিস লৈ আৰু অসমৰ ৰাইজৰ অভিভাৱকত্বত এই বিতর্কসমূহৰ অনাগত দিনত অৱসান ঘটাব। শংকৰজ্যোতিয়ে কয়,‘ছাত্ৰ সন্থাক গতিশীল কৰিব লাগিব। অসমৰ শিক্ষাৰ ক্ষেত্ৰত যিবােৰ আসােৱাহ আছে সেইবােৰ দূৰ কৰিব লাগিব। ছাত্র-ছাত্রীৰ শৈক্ষিক ভৱিষ্যতৰ উন্নয়নৰ বাবে ন ন পাঠ্যক্রম অসমৰ শিক্ষানুষ্ঠানসমূহত প্ৰৱর্তনৰে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ফেৰ মাৰিব পৰাকৈ প্রচেষ্টা অব্যাহত থাকিব। তেওঁ কয় যে কৰনাৰ সংক্ৰমণত অসমৰ ছাত্র-ছাত্রীসকল বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে, কাৰণ অসমৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী কোঠাৰ শিক্ষাৰ বাহিৰে কোনাে বিকল্প পথ নাই।সেয়েহে যিকোনাে পৰিস্থিতিতে ছাত্র-ছাত্রীৰ শিক্ষা যাতে বাধাগ্রস্ত নহয়, তাৰ বাবে বিকল্প উপায়ৰ সন্ধান কৰিব বুলি তেওঁ কয়।

ইপিনে, লুৰীণজ্যোতিয়ে আছুৰ পৰা অব্যাহতি লােৱাৰ সন্দৰ্ভত শংকৰজ্যোতিয়ে কয় যে আছুত তেওঁৰ যি শেষ ত্যাগ আছিল সেই ত্যাগ মহান ত্যাগ। ছাত্রনেতাজনে আছুৰ মুখ্য উপদেষ্টা ভট্টাচার্য আছুত থকা-নথকা সন্দৰ্ভত কয় যে সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত যদিও আছুৰ নতুন চামে তেওঁৰ সান্নিধ্য পালে আগন্তুক দিনত আছুৰ কার্য পৰিচালনা কৰাত সুবিধা হ’ব। সূত্রত প্রকাশ যে আজি পুৱা দীপাংকক সভাপতি আৰু শংকৰজ্যোতিক সাধাৰণ সম্পাদকৰূপে ঘােষণা কৰাৰ লগতে সমুজ্জ্বল ভট্টাচাৰ্যক নতুন সমিতিত মুখ্য উপদেষ্টাৰূপে কার্যনির্বাহ কৰিবলৈ আহ্বান জনায়। বর্ষীয়ান নেতাজনে বিবেচনা কৰি সিদ্ধান্ত ল’ব বুলি কয়।

নৱ নির্বাচিত সমিতিৰ প্ৰথমখন কার্যনির্বাহকত তেওঁ সিদ্ধান্ত সদৰী কৰাৰ সম্ভাৱনা আছে। প্রতিনিধি সভাগৃহৰ পৰিৱর্তে বিষয় বাছনি সম্পন্ন হয় দুলীয়াজান ক্লাবত যােৱা নিশা মুকলি সভাৰ পাছতে বিষয় বাছনি সভা অনুষ্ঠিত হােৱাৰ কথা আছিল যদিও নিশা দুই বজাতহে অনুষ্ঠিত হ’ব বুলি কোৱা হয় আৰু তাৰ বাবে সকলােৱে অপেক্ষা কৰি থাকে। পুৱতি নিশা চাৰি বাজি যােৱাৰ পাছতাে প্রতিনিধি সভাত উপস্থিত নহ’ল কেন্দ্রীয় নেতৃত্ব এই স্থানতে বিষয় বাছনি সভাখন অনুষ্ঠিত কৰাৰ কথা আছিল। অৱশেষত ধৈৰ্যৰ বান্ধ খােল খােৱাত অধিকাংশ আছুৰ প্রতিনিধিয়ে কেন্দ্রীয় নেতৃত্বই বাহৰ পাতি থকা দুলীয়াজান ক্লাব আৰু অইলৰ জালনী আৱর্ত ভৱনৰ সন্মুখত ভিৰ কৰে। তিনি শীর্ষ নেতা সমুজ্জ্বল, দীপাংক আৰু।লুৰীণজ্যোতিয়ে তিনিটা বন্ধ কোঠাত সােমাই থকাৰ লগতে সভাপতি-সাধাৰণ সম্পাদকৰ তালিকা প্রস্তুতত মতবিৰােধৰ বাবে বিষয় বাছনি সভা যথেষ্ট পলম হয়।

চর্চা অনুসৰি আছুৰ প্রতিনিধিসকল দুভাগত বিভক্ত হৈ আছিল। এটা পক্ষ সাধাৰণ সম্পাদক লুৰীণজ্যোতিৰ আৰু আনটো পক্ষ উপদেষ্টা ভট্টাচাৰ্যৰ বুলি চৰ্চা চলিছিল। সূত্রত প্রকাশ যে দুটা পক্ষত বিভক্ত হােৱা বাবে বিষয় বাছনি সভাই জটিল ৰূপ ধাৰণ কৰে। ইপিনে, সভাপতি দীপাংকই মৌনতা অৱলম্বন কৰিয়ে নিজৰ স্থিতি স্থিৰ কৰিলে বুলি সূত্রত প্রকাশ। অৱশেষত সকলাে প্রতিনিধিয়ে দুলীয়াজান ক্লাবত অৱস্থান কৰাৰ পাছত ক্লাবতে তালিকা প্রস্তুত কৰি পুৱা আঠ বজাত বাহিৰলৈ আহে সমুজ্জ্বল ভট্টাচার্য, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱাৰ লগতে বাকী কেন্দ্রীয় বিষয়ববীয়াসকল।

অৱশ্যে তেতিয়া উপস্থিত নাছিল লুৰীণজ্যোতি। ভট্টাচাৰ্যই আগন্তুক কার্যকালৰ বাবে সভাপতি-সাধাৰণ সম্পাদকৰ নাম ঘােষণা কৰে আৰু নতুন সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে। দীর্ঘদিন ধৰি দুলীয়াজানত আছুৰ পৰা অব্যাহতি ল’ব বুলি সকলাে মাধ্যমত ঘােষণা কৰি অহাৰ পাছতাে ভট্টাচার্য প্রতিনিধিৰ অনুৰােধৰ প্ৰতি গুৰুত্ব দি বিবেকৰ স’তে কথা পাতিবলৈ সময় বিচৰা বুলি কয়। লুৰীণজ্যোতিয়ে কথা মতেই আছুৰ পৰা বিদায় ললে; অথচ সমুজ্জ্বল ভট্টাচার্যই বিদায় নােলােৱা ঘটনাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। উল্লেখ্য যে বিষয় বাছনি সভাৰ পর্যবেক্ষকৰ দায়িত্বত আছিল মুখ্য উপদেষ্টা ভট্টাচার্য।

আছুৰ নতুন কার্যনির্বাহক হৈছে সভাপতি দীপাংক নাথ,পাঁচজনকৈ উপ-সভাপতি ক্রমে বিপুল ৰাভা, প্রকাশ দাস, মানিক গগৈ, উদ্দীপ্তজ্যোতি গগৈ, নৱজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাৰ লগতে পাঁচজন সহকাৰী সাধাৰণ সম্পাদক ক্রমে ধর্মেশ্বৰ দাস, জয়ন্ত কুমাৰ ভট্টাচার্য, জোন খাউণ্ড, প্রজ্ঞান ভূঞা, উৎপল শর্মা। শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা, সাহিত্য সম্পাদক পৰিস্মিতা বৰা, কার্যালয় সম্পাদক সমুদ্র পাটগিৰি, সাংস্কৃতিক সম্পাদক বিনয় ডুবে, বিত্ত সম্পাদক ফণীন্দ্ৰ ৰাজবংশী, মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গােস্বামী, প্রচাৰ সম্পাদক জিতুমণি ভূঞা,তথ্য সম্পাদক মৃদুল হাজৰিকা, ক্রীড়া সম্পাদক পূর্ণ ডেকা, বেদান্ত শইকীয়া, ১২ জন সাংগঠনিক সম্পাদক আৰু কে’বাজনাে সদস্য-সদস্যা।

আছুৰ নতুন কার্যনির্বাহক : নতুন কার্যনির্বাহক হৈছে সভাপতি দীপাংক নাথ,পাঁচজনকৈ উপ-সভাপতি ক্রমে বিপুল ৰাভা, প্রকাশ দাস, মানিক গগৈ, উদ্দীপ্তজ্যোতি গগৈ, নৱজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাৰ লগতে পাঁচজন সহকাৰী সাধাৰণ সম্পাদক ক্রমে ধর্মেশ্বৰ দাস, জয়ন্ত কুমাৰ ভট্টাচার্য, জোন খাউণ্ড, প্রজ্ঞান ভূঞা, উৎপল শর্মা। শিক্ষা সম্পাদক ভৱজ্যোতি বেজবৰুৱা, সাহিত্য সম্পাদক পৰিস্মিতা বৰা, কার্যালয় সম্পাদক সমুদ্র পাটগিৰি, সাংস্কৃতিক সম্পাদক বিনয় ডুবে, বিত্ত সম্পাদক ফণীন্দ্র ৰাজবংশী, মুখ্য সাংগঠনিক সম্পাদক অভিৱর্তন গােস্বামী, প্রচাৰ সম্পাদক জিতুমণি ভূঞা,তথ্য সম্পাদক মৃদুল হাজৰিকা, ক্রীড়া সম্পাদক পূর্ণ ডেকা, বেদান্ত শইকীয়া, ১২ জন সাংগঠনিক সম্পাদক আৰু কে’বাজনাে সদস্য-সদস্যা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAssamDuliajan
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d