বহুদিনৰ বিৰতিৰ পাছত পুনৰ ছবিত কাম আৰম্ভ কৰিছিল অভিনেতা ৰাহুল ৰায়ে। পৰিচালক নীতিন কুমাৰৰ আহিবলগীয়া ছবি LAC লিভ দ্য বেটল নামৰ ছবিৰ শ্বুটিং চলি আছিল কাৰ্গিলত । শ্বুটিঙৰ মাজতে ব্ৰেইন ষ্ট্ৰ’ক হয় অভিনেতা ৰাহুল ৰায়ৰ । প্ৰচণ্ড ঠাণ্ডাৰ ফলত অভিনেতা জনৰ মস্তিষ্কৰ পৰা ৰক্তক্ষৰণ হয় আৰু তৎক্ষণাত শ্ৰী নগৰলৈ অনা হয় তাৰ পিছতে অভিনেতাগৰাকীক নিয়া হয় মুম্বাইলৈ। বৰ্তমান ICU ত ভৰ্তি আছে অভিনেতা ৰায়।
শ্বুটিং চলি থকাৰ মাজতে হঠাৎ ব্ৰেইন ষ্ট্ৰ’ক বলিউডৰ তাৰকা ৰাহুল ৰায়
-
By publisher

Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026