Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বড়ো ভূমিত অবড়োৰ  অধিকাৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰোঃ অনুপ চেতিয়া

publisher by publisher
December 2, 2020
in Assam, India, News
Reading Time: 1 min read
0
বড়ো ভূমিত অবড়োৰ  অধিকাৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰোঃ অনুপ চেতিয়া
2
SHARES
16
VIEWS
ShareShareShareShare

বাক্সা জিলাৰ শালবাৰীত আজি ‘এগ্ৰিকালচাৰ ফাৰ্মাৰ কোম্পেনী’ নামৰ এটা নেমু টেঙা উৎপাদনকাৰী উদ্যোগত আহি উপস্থিত হয় আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়া। উল্লেখ্য যে, সমগ্ৰ নামনি অসমতে উদ্যোগখনে নেমু টেঙা উৎপাদনৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে প্ৰাক্তন সম্পাদকজনে সাংবাদিকক জানিবলৈ দিয়ে যে, উক্ত কোম্পানীটোৰ স’তে জড়িত থকাৰ বাবেই অঞ্চলটোলৈ আহিছে । আলফাৰ প্ৰাক্তন সম্পাদকজনে গণ সুৰক্ষা দলৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাসৰ লগতে ভালেসংখ্যক স্থানীয় লোকৰ স’তে বি টি চিৰ ভাষা, ভূমি আদি নানা বিষয় লৈ মতবিনিময় কৰাৰ কৰে। আলফাৰ প্ৰাক্তন সম্পাদকজনে বি পি এফ দলত যোগদান কৰিব নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক দলতেই নাই, ভৱিষ্যতেও নাথাকো ।

ADVERTISEMENT

বি টি চিত বড়ো ৰাইজৰ স’তে সকলো খিলঞ্জীয়া ৰাইজৰ প্ৰভূত্ব অটুত থকাটো বিচাৰো। আগন্তুক নিৰ্বাচনত বি টি চিবাসী ৰাইজে যাকেই উপযুক্ত বিবেচনা কৰে, নিজ বিবেকেৰে তেওঁকেই ভোট দিব । আলফাৰ স’তে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত নিহতসকলৰ বহুতকেই বি পি এফ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে এক লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ কৰিছিল। অৱশ্যে,হাগ্ৰামা মহিলাৰী শাসনত থাকোতে ‘ডেথ চাৰ্টিফিকেট’ৰ প্ৰয়োজন নাছিল । বৰ্তমান প্ৰশাসনীয় অসুবিধাৰ বাবে ‘ডেথ চাৰ্টিফিকেট’ৰ প্ৰয়োজন হোৱাত সাহায্য দান প্ৰক্ৰিয়াত বিলম্ব হৈছে ৷’ নিহতসকলৰ অধিকাংশই অত্যন্ত দুখীয়া পৰিয়ালৰ হোৱা বাবে তেওঁ এইক্ষেত্ৰত শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে।

RelatedPosts

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BaksaElectionULFA
publisher

publisher

Related Posts

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d