Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

৭২ লক্ষাধিক যুৱ ভোটাৰেই জয়ৰ আধাৰ

publisher by publisher
March 19, 2026
in Assam, News
Reading Time: 1 min read
0
তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অহা ন এপ্রিলত ভোটগ্রহণ হ’ব লগা বিধানসভা নির্বাচনত যুৱ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। ইয়াৰ আভাস পূর্বে পাই শাসক-বিৰোধী উভয়ে নৱ প্রজন্মৰ ভোটাৰসকলৰ মন আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে। শাসকীয় বিজেপিৰ অভিভাৱক সংগঠন আৰএছএছেও কিছুমাহ পূর্বে গুৱাহাটীত যুব সম্মিলন অনুষ্ঠিত কৰিছে।

ADVERTISEMENT

যোৱা ১৯ নবেম্বৰত গুৱাহাটীত সংগঠনটোৱে আয়োজন কৰা যুব নেতৃত্ব সম্মিলনত আৰএছএছৰ মুৰব্বী মোহন ভাগবতেও অংশগ্রহণ কৰে। একেদৰে অলপতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শাহেও গুৱাহাটীত এখন যুব সম্মিলনত অংশ লৈ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ কৃতিত্বৰ খতিয়ান দাঙি ধৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিগত পাঁচবছৰীয়া কার্যকালত এপইচাও ঘোচ নিদিয়াকৈ ডেৰ লক্ষাধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাবী কৰি আহিছে। একেদৰে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখতো যুৱ প্ৰজন্মৰ কথা সঘনে উচ্চাৰণ হৈ আহিছে।

আনকি গগৈয়ে অভিযোগ উত্থাপন কৰি আহিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলি যুব প্ৰজন্মক মদ্যপানৰ অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিছে। চৰকাৰৰ নিষ্ক্রিয়তাত ৰাজ্যত ড্ৰাগছৰ অবাধ প্রচলন ঘটা বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰি আহিছে। তদুপৰি সংস্থাপনৰ অভাৱত ৰাজ্যৰ বাহিৰলৈ গৈ অনেক যুৱক-যুৱতী বিগত সময়ত মৃত্যুমুখত পৰাৰ ঘটনাও তেওঁ ৰাজহুৱা সভা-সমাবেশত উল্লেখ কৰি আহিছে। এনেদৰে মূলতঃ শাসক-বিৰোধীয়ে যুৱ প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা কৰি আহিছে।

উল্লেখ্য যে আসন্ন নির্বাচনৰ ৰাজ্যৰ ভোটাৰ তালিকা অনুসৰি ভোটাৰসকলৰ ৭২.৮৩ লাখ হৈছে যুৱ ভোটাৰ। এই যুৱ ভোটাৰসকলৰ বয়স ১৮ৰ পৰা ২৯ বছৰৰ ভিতৰত। ২০২১ৰ তুলনাত ৰাজ্যত যুৱ ভোটাৰৰ সংখ্যা ৫.০২ শতাংশ বৃদ্ধি পায়। ফলত তেতিয়াৰ ৬৯.৩৫ লাখৰ পৰা সম্প্রতি যুৱ ভোটাৰৰ সংখ্যা ৭২.৮৩ লাখলৈ বৃদ্ধি পাইছে। এই বৃহৎ সংখ্যক ভোটাৰৰ মন আকৰ্ষণৰ উদ্দেশ্যে শাসক-বিৰোধীয়ে যিসমূহ ‘অস্ত্র’ প্রয়োগ কৰিছে সেইসমূহে কাৰ পক্ষে ফল দিব সেয়া সময়তহে নিশ্চিত হ’ব।

আনহাতে, যুৱ ভোটাৰসকলে যিহেতু নিৰ্ণায়ক ভূমিকা পালন কৰিব, গতিকে তেওঁলোকৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধীয়ে অব্যাহত ৰখাটোৱে স্বাভাবিক। উল্লেখ্য যে ৰাজ্যৰ ভোটাৰসকলৰ ভিতৰত ১৮-১৯ বছৰীয়া ভোটাৰৰ সংখ্যা অধিক বৃদ্ধি পাইছে। এনে বয়সৰ ভোটাৰৰ সংখ্যা বৃদ্ধি ২৪.১৬ শতাংশ হৈছে। ফলত ২০২১ত এনে বয়সৰ ভোটাৰৰ সংখ্যা ৫.০৫ লাখ হোৱাৰ বিপৰীতে এইবাৰ ৬.২৮ লাখ হৈছে। উল্লেখ্য যে এইবাৰ ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২.৫ কোটি। ইয়াৰে ৬.২৮ লাখেই হৈছে ১৮-১৯ বছৰীয়া। আনহাতে, ৬৬.৫৬ লাখ হৈছে ২০ৰ পৰা ২৯ বছৰ বয়সীয়া। লক্ষ্যণীয়ভাৱে ৰাজ্যৰ মুঠ ভোটাৰৰ ৮৫ বা ততোধিক বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১.০২ লাখ।

যুৱ ভোটাৰৰ সংখ্যা এনেদৰে বৃদ্ধিৰ বাবে বিজেপিয়ে এই ভোটাৰসকলক নিৰ্বাচনৰ ৰাজহাড় বুলি আখ্যা দিছে। এই ভোটাৰসকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি দলৰ এজন জ্যেষ্ঠ নেতাই কয়, ‘বিজেপি চৰকাৰে ভৱিষ্যতলৈ লক্ষ্য ৰাখি যুৱ প্ৰজন্মক সবলীকৰণৰ উদ্দেশ্যে এলানি আঁচনি ৰূপায়ণ কৰিছে। যুৱ প্ৰজন্মই বিজেপি চৰকাৰৰ একেৰাহে অগ্রাধিকাৰ লাভ কৰি আহিছে। ২৭ হেজাৰ কোটিটকীয়া ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন হৈছে চৰকাৰৰ বৃহৎ সফলতা। এনেবোৰ আঁচনিয়ে যুৱ প্রজন্মক বিজেপিৰ প্ৰতি আকৰ্ষণ কৰিছে।’ একেদৰে এজন জ্যেষ্ঠ কংগ্রেছ নেতাই কয়, ‘হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰতিশ্রুতি পূৰণ নকৰাক লৈ যুৱ সমাজ ক্ষুব্ধ হৈ আছে। যুৱ সমাজ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে।’ অৱশ্যে এই অংকত কোনে শেষ হাঁহি মাৰিব সেয়া সময়তহে নিশ্চিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPElection
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d