●এইবাৰ কৰ’নাক্ৰান্ত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল
●বুধবাৰে শৰীৰত কৰ’না পজিটিভ পোৱা গৈছে অভিনেতা গৰাকীৰ ।
●এই কথা টুইটাৰ যোগে জনাই অভিনেতাগৰাকীয়ে লগতে তেওঁ কয় বৰ্তমান মোৰ স্বাস্থ্য ঠিকে আছে আৰু শেহতীয়াকৈ মোৰ সংস্পৰ্শলৈ অহা সকলো লোকে আইছ’লেশ্যনত থাকি নিজৰ কৰ’না পৰীক্ষা কৰক ।
ADVERTISEMENT