পিৰামিডৰ সন্মুখত আপত্তিজনক ফটো তুলি গ্ৰেপ্তাৰ হ’ল ফটোগ্ৰাফাৰ

salma el shimy egypt

ইজিপ্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পিৰামিডত ফটো শ্বুত কৰি মডেল আৰু ফটোগ্ৰাফাৰ বিপদত। প্ৰাচীন মিছৰীয়া পোছাকেৰে পিৰামিডৰ সন্মুখত উঠিছিল ফটো ।তাৰ পাছতে ভাইৰেল হোৱা মডেলৰ ফটোক লৈ সমালোচনা ছচিয়েল মিডিয়াত। হুছেইন মোহাম্মদ নামৰ ফটোগ্ৰাফাৰ জনে উঠিছিল ফটো ।অনুমতি নোলোৱাকৈ হুছেইন মোহাম্মদে তুলিছিল ফটো যাৰ বাবেই মিছৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে ফটোগ্ৰাফাৰ হুছেইন আৰু মডেল ছালমা আল চিমিক।

Exit mobile version