বিধায়িকা আঙুৰলতা ডেকাৰ কনভয়ৰ দুৰ্ঘটনাগ্ৰস্থ

angoorlata 759

●সোণাপুৰৰ কলেজ গেটত সংঘটিত হৈছে এই দুৰ্ঘটনা
● সোণাপুৰত এখন খেৰ ভৰ্তি গাড়ী পথ অতিক্রম কৰোঁতে সংঘটিত হয় দুৰ্ঘটনাটো
●বিধায়িকাগৰাকীৰ দেহৰক্ষী আৰু চালক আগতপ্ৰাপ্ত হৈছে
●আঘাতপ্ৰাপ্তক সোণাপুৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
●আঘাতপ্ৰাপ্ত হোৱা নাই বিধায়িকা আঙুৰলতা ডেকা
●বিধায়িকা গৰাকীয়ে ৰাস্তাত লগা যানজত নিজে নিয়ন্ত্ৰণ কৰে আৰু সমষ্টিৰ দিশে আগবাঢ়ে

Exit mobile version