মঙ্গলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰে নতুন নীতি নিৰ্দেশনা । ২০২০ বৰ্ষৰ স্কুল বেগ নীতিৰ অনুসৰি শিক্ষাথীৰ শৰীৰৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি হব লাগিব বেগৰ ওজন । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্রীক দিব নোৱাৰিব হোময়ৰ্ক । প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্রয়ে নিব লাগিব ১.৬পৰা ২.২কিলোগ্ৰাম ওজনৰ বেগ আনহাতে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নিব পাৰিব ১.৭ৰ পৰা ২.৫ কিলোগ্ৰাম ওজনৰ স্কুল বেগ।
ADVERTISEMENT