Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Twice the national rate as Assam:ৰাষ্ট্ৰীয় হাৰতকৈ অসমত দুগুণ আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰীৰ হাৰ

নিযুত মইনাৰ অনুকৰণত আঁচনিৰ পৰিকল্পনা

publisher by publisher
July 1, 2025
in Assam, News
Reading Time: 2 mins read
0
Twice the national rate as Assam:ৰাষ্ট্ৰীয় হাৰতকৈ অসমত দুগুণ আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰীৰ হাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Twice the national rate as Assam:

অসমত শিক্ষানুষ্ঠান আধাতে ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ বিষয়টোৱে অতি গুৰুতৰ ৰূপ গ্ৰহণ কৰিছে। বিনামূলীয়া পাঠ্যপুথি-বিনামূলীয়া গণবেশ যোগান, মধ্যাহ্ন ভোজন আদিয়েও জটিল সমস্যাটো সমাধানত ব্যর্থ হৈছে। বিশেষকৈ মাধ্যমিক স্তৰত সমস্যাটো অতি গভীৰ বুলি বিবেচিত হৈছে। আকৌ ছাত্ৰীৰ মাজত এই সমস্যাটো অধিক জটিল বুলিও পৰিগণিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিযুত মইনা, স্কুটী যোগানৰ দৰে আঁচনি অসম চৰকাৰে ৰূপায়ণ কৰিছে।

ADVERTISEMENT

অসমত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত যথেষ্ট বেছি। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে এই হাৰ হ্ৰাস কৰিবলৈ অসম চৰকাৰক বাৰম্বাৰ নিৰ্দেশনা দি আহিছে।জটিল হৈ পৰা সমস্যাটোৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ আৰু তাৰ ভিত্তিত ল’বলগীয়া ব্যৱস্থাৰ পৰামৰ্শ বিচাৰি অৱশেষত ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এখন উচ্চস্তৰীয় সমিতি শেহতীয়াকৈ গঠন কৰে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত গঠিত সমিতিৰ সদস্য আহ্বায়ক হ’ল সমগ্র শিক্ষা অসমৰ অ’এছডি খনীন্দ্র দাস।

সমিতিৰ সদস্যসকল হ’ল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক দীপিকা চৌধুৰী, এছচিইআৰটি অসমৰ উপ-সঞ্চালক পিয়ানু বৰুৱা, ইউনিছেফৰ অপৰাজিত চৌধুৰী আৰু চেন্ট্রেল স্কুৱেৰ ফাউণ্ডেছনৰ ষ্টেষ্ট লীড ইন্দ্ৰনাথ চেটার্জী। মুখ্যমন্ত্ৰীৰ তৎপৰতাত গঠন কৰা এই সমিতিয়ে অহা ১৫ আগষ্টৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

উল্লেখ্য যে ইউডাইচ প্লাছৰ তথ্য অনুসৰি, ২০১৯-২০ত মাধ্যমিক স্তৰত অসমত আধাতে শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ হাব আছিল ৩২.৯ শতাংশ। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ আছিল ১৫.১ শতাংশ। ২০২০-২১ত অসমৰ এই হাৰ আছিল ২০.৭ শতাংশ আৰু ৰাষ্ট্ৰীয় হাৰ আছিল ১২.৩ শতাংশ। ইউডাইচ প্লাছৰ শেহতীয়া ২০২৩-২৪ৰ প্ৰতিবেদন মতে, অসমত মাধ্যমিক স্তৰত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ’ল ১৯.৫ শতাংশ। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ হ’ল ৯.৪ শতাংশ। অর্থাৎ ৰাষ্ট্ৰীয় হাৰৰ দুগুণ ছাত্ৰীয়ে অসমত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰি আহিছে। ছাত্রীয়ে আধাতে শিক্ষা জীবন ত্যাগ কৰা বিষয়টো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত বিশেষ গুৰুত্বসহকাৰে লৈ অহা হৈছে।

ছাত্রীসকলক শৈক্ষিক জীৱনত ধৰি ৰখাৰ বাবেই অসম চৰকাৰে নিযুত মইনা আঁচনিখন ৰূপায়ণ কৰিছে। এইখন আঁচনিৰ আধাৰতে অষ্টমৰ পৰা দশম শ্রেণীলৈ অধ্যয়ন কৰি অহা ছাত্রসকলকলৈও আন এখন আঁচনিৰ পৰিকল্পনা অসম চৰকাৰে কৰিছে। সমস্যাটোৰ বিতং প্রতিবেদন প্রস্তুতৰ বাবে গঠন কৰা সমিতিখনৰ পৰামৰ্শৰ ভিত্তিতে তেনে আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণৰ সম্ভাৱনাও আছে।

চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানৰ অন্যতম এটা উদ্দেশ্য হ’ল ছোৱালীসকলক শৈক্ষিক জীৱনত ধৰি ৰখা। বাল্যবিবাহ প্ৰতিৰোধৰ ফলত সমস্যাটোৰ কিমান সমাধান হৈছে তাৰো উল্লেখ এই প্রতিবেদনত কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtEducation InstitutestudentsTwice the national rateUnion Ministry Of Education
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d