কৰ্ণাটকত জাৰি নাইট কাৰ্ফিউ

945109 night curfew

●মহাৰাষ্ট্ৰ মুম্বাইৰ পাছতে এতিয়া কৰ্ণাটকত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ ।

●ৰাতি ১০বজাৰ পৰা পুৱা ছয় বজালৈকে কৰ্ণাটকত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ ।

●আজিৰ পৰা দুই জানুৱাৰীলৈকে কাৰ্ফিউ অব্যাহত থাকিব ।

● এই কাৰ্ফিউক সকলোকে সহযোগিতা আগবঢ়াৱলৈ আহ্বান জনায় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিউৰাপ্পাই ।

Exit mobile version