লোকসংগীতৰ সাধক, বিশিষ্ট অভিনতা, শিল্পী পবিত্ৰ ৰাভাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰিলে ছাত্ৰ সন্থাই

WhatsApp Image 2020 12 27 at 1.50.16 PM

●এই বঁটাত আছে গামোচা, চেলেং, চোলা, শৰাইৰ লগতে নগদ ২৫ হাজাৰ টকা


●প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু দিবসৰ লগত সংগতি ৰাখি লোকসংগীতৰ সাধকক প্ৰতিবছৰে আগবঢ়াই আহিছে এই বঁটা ।

●প্ৰতিমা পাণ্ডে বৰুৱাৰ গৃহ তথা বহু যাউতিযুগীয়া সৰঞ্জাম সংৰক্ষণৰ দাবী চৰকাৰলৈ আছুৰ।


●প্ৰতিমা পাণ্ডে বৰুৱাই লোকসংগীতৰ জৰিয়তে অসমীয়া জাতিৰ বৰঘয চহকী কৰিছে।–সমুজ্জ্বল ভট্টাচাৰ্য ।।

Exit mobile version