চিৰাঙ জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ নেতৃত্বত আৰু বিজনী থানা আৰক্ষী বিষয়া ৰূপক বৰা আৰু বল্লমগুড়ী উপ-আৰক্ষীৰ নেতৃত্বত পুৱা ছয় বজাৰ পৰা এক গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰি মানাহ অভয়াৰণ্যৰ দক্ষিণ দিশত থকা কুমাৰশালী গাওঁৰ ঘন জংঘলৰ পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে AK-46এটা,দুটা মেগাজিন সহ 7.62ৰ ২৬ জাই সজীৱ গুলি । এতিয়ালৈকে জানিব পৰা হোৱা নাই অস্ত্ৰ সমূহ কাৰ। বিজনী আৰক্ষীয়ে ৭/২০২১ নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে ।
বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিচিত AK-46 সহ কেইবা সজীৱ গুলি উদ্ধাৰ
-
By publisher

Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026