ভেলাঘৰত মন্ত্ৰী ফণীভূষণ চৌধুৰী

IMG 20210114 WA0038

বঙাইগাঁও সদৰ চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰৰ ভেলাঘৰত মন্ত্ৰী ফণীভূষণ চৌধুৰী। মেজি জ্বলাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা কলে মন্ত্ৰী জনে।

পুৱা বঙাইগাঁও সদৰ চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বঙাইগাঁও বাসী ৰাইজে আয়োজন কৰা ভোগালীৰ ভেলাঘৰত উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

মেজি জ্বলোৱাৰ পিচত সমুহীয়া ভাৱে সকলো জাতি জনগোষ্টীৰ তথা ধৰ্মাৱলম্বি লোকক লগত লৈ বিহুৰ চিৰা,পিঠা-দৈ আদি খায়। ইয়াৰ দ্বাৰা বৃহত্তৰ অসমীয়া জাতী গঠনত অসমত বসবাস কৰা সকলো অসম বাসীক ঐক্যবদ্ধ কৰাৰ কথা জনায় মন্ত্ৰী জনে।

 

Exit mobile version