Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

    JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

    Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা

    আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ

    MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ

    PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অতিমাৰীৰ পাছতো ভাৰতে অৰ্থনৈতিক সংকট দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিছেঃ আইএমএফ

publisher by publisher
January 15, 2021
in India, News, Politics
Reading Time: 1 min read
0
অতিমাৰীৰ পাছতো ভাৰতে অৰ্থনৈতিক সংকট দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিছেঃ আইএমএফ
1
SHARES
12
VIEWS
ShareShareShareShare

ভাৰতে কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ লোৱাৰ লগতে দেশৰ অৰ্থনীতিৰ ওপৰত অতিমাৰীৰ প্ৰকোপো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে । অৰ্থনীতিক পূৰ্বৰ অৱস্থালৈ উভতাই আনিবলৈ ভাৰতে অধিক সক্ৰিয় হ’ব লাগিব বুলি মন্তব্য কৰে আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ মুখ্য ক্ৰিষ্টিলিনা জৰ্জিয়েভাৰে ।

ADVERTISEMENT

অতিমাৰীৰ ফলত কোন দেশৰ অৰ্থনীতি কি পৰিস্থিতিত আছে আইএমএফ-এ তাৰ পৰিসংখ্যন প্ৰকাশ কৰিব ২৬ জানুৱাৰীত । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত জৰ্জিয়েভাৰে কয়, ‘২৬ জানুৱাৰীতে লক্ষ্য এতিয়া সকলোৰে । ভাৰতো তাৰে মাজৰ এখন দেশ । আমাৰ ৰিপ’ৰ্ট আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব, ভাৰতৰ অৱস্থা খুব বেয়া নহয় । কিয় ? কাৰণ অতিমাৰী আৰু অৰ্থনৈতিক সংকট নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ।’

RelatedPosts

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

১৩০ কোটি জনসংখ্যাৰ দেশত তলাবন্ধৰ সাফল্যৰ কথাও দাঙি ধৰে জৰ্জিয়েভাই । তেওঁ কয়, ‘ইমান মানুহ একেলগে বাস কৰাৰ পাছতো কঠোৰ তলাবন্ধ আৰু বিধিনিষেধ জাৰি কৰিবলৈ সক্ষম হ’ল ভাৰত । চৰকাৰী নীতিক জনসাধাৰণে সাৰ্বিকভাৱে সমৰ্থন কৰাৰ বাবেই এই সকলোবোৰ সক্ষম হৈছে । ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে, ক’ভিডৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়ৰ ভাৰতৰ পৰিস্থিতিৰ খুব এটা অন্তৰ নাই । তাৎপৰ্যপূৰ্ণভাৱে অৰ্থনীতি সবল হ’বলৈ লৈছে ।’

কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক আৰু ৰাজহ নীতিৰ প্ৰশংসা কৰি জৰ্জিয়েভাই কয়, ‘আইএমএফ-ৰ হিচাপত গড়ে বিভিন্ন দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদনৰ ছয় শতাংশ আহিছে অতিমাৰীৰ সময়ৰ উদীয়মান বজাৰৰ পৰা । ভাৰতৰ এই হাৰ কমি পৰিমাণে হ’লেও আন দেশতকৈ বেছি । সেয়ে অৰ্থনীতিক পুনৰ পূৰ্বৰ পৰ্যায়ৰ উভতাই অনাৰ বহু উপায় আছে ।’

ইয়াৰ লগতে ভাৰতৰ লিংগ বৈষম্যক লৈ জৰ্জিয়েভাই দুশ্চিন্তা প্ৰকাশ কৰাও পৰিলক্ষিত হয় । তেওঁ কয়, ‘অতিমাৰীৰ সময়ত বিগত কিছু মাহ ধৰি যি লিংগ বৈষম্য দেখিবলৈ পোৱা গৈছে, সেয়া সঁচাই উদ্বেগজনক । কৰ’নাৰ বিৰুদ্ধে আগশাৰীত থিয় দি যুঁজি গৈছে মহিলাসকলে । তেওঁলোক অসংগঠিত ক্ষেত্ৰৰ স’তে জড়িত । তৎস্বত্তেও আৰ্থিক আৰু চৰকাৰী সাহায্যৰ পৰা বঞ্চিত তেওঁলোক । চাকৰী এৰিবলগীয়া হ’লে কোনে প্ৰথমে চাকৰি এৰিবলগীয়া হয় ? সৰ্বপ্ৰথমে মহিলাসকলৰে চাকৰি যায় । ভাৰতৰ ‘লেবাৰ মাৰ্কেট পাৰ্টিছিপেছন’ৰ ক্ষেত্ৰত মহিলাসকলৰ যোগদান উল্লেখযোগ্যভাৱে কমিছে । মই জানো চৰকাৰে বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন । অৰ্থনৈতিক ক্ষেত্ৰত মহিলাসকলক আৰু অধিক কৰ্মত যোগদান কৰাব লাগিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IMFIndian EconomyKristalina GeorgievaNarendra Modi
publisher

publisher

Related Posts

Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
News

March 13, 2026
JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
News

JYOTI bishnu Kala Mandir:মহানগৰীৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

March 13, 2026
Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা
News

Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা

March 13, 2026
আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ
News

আমেৰিকাৰ বাণিজ্য তদন্তৰ আওতাত ভাৰতসহ প্ৰায় ৬০টা দেশ

March 13, 2026
MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ
News

MLA Padma Hazarika:আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাৰ হত্যাৰ চিবিআাই তদন্তৰ দাৱী বিধায়ক পদ্মৰ

March 13, 2026
PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

March 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d