Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

    Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযান আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই

publisher by publisher
January 16, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযান আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই
1
SHARES
12
VIEWS
ShareShareShareShare

কামৰূপ মহানগৰ জিলাৰ তিনিখন চিকিৎসালয়ত আজিৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ টীকাকৰণ অভিযান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ লগতে সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী হাস্পটালত টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ৷

ADVERTISEMENT

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ আৰম্ভণি কৰাৰ পাছতেই স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালত টীকাকৰণ অভিযান আৰম্ভ কৰে ৷

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

ইয়াৰ পূৰ্বে ভিডিঅ’ কনফাৰেন্সিং যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ প্ৰধান সচিব সমীৰ সিনহা, প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডা° লক্ষ্মণন এছ, কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক মুনিন্দ্ৰ নাথ নাটে, স্বাস্থ্য সঞ্চালক ৰথীন্দ্ৰ ভূঞা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য, কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰী, কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ অধীক্ষক ডা° অভিজিৎ শৰ্মাও উপস্থিত থাকে ৷

ৰাজ্যৰ প্ৰথম তিনিটা প্ৰতিষেধক প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডা° উমেশ চন্দ্ৰ শৰ্মা, ডা° ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী ডা° ইলিয়াছ আলিক ৷

প্ৰতিটো কেন্দ্ৰত দৈনিক ১০০ জনকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ প্ৰথম পৰ্যায়ত চিকিৎসক-চিকিৎসাকৰ্মী, দ্বিতীয় পৰ্যায়ত আৰক্ষী-নিৰাপত্তাৰক্ষীকে ধৰি ফ্ৰণ্টলাইন কৰ্মীসকল আৰু তৃতীয় পৰ্যায়ত ৫০ উৰ্ধৰ আৰু ৫০ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷

অহা তিনি মাহৰ ভিতৰত তিনি লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই ৷ ক’ভিড প্ৰতিষধকৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব ৷ ১৮ বছৰৰ অনুৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক এই প্ৰতিষধক দিয়া নহ’ব ৷ এলাৰ্জীৰ সমস্যা থকা লোককো ক’ভিড ভেকচিন দিয়া নহ’ব ৷

প্ৰথম প্ৰতিষেধক লোৱাৰ ২৮ দিনৰ ভিতৰত দ্বিতীয় প্ৰতিষেধক দিয়া হ’ব ৷ দ্বিতীয়টো ড’জ লোৱাৰ ১৪ দিনৰ পাছত দেহত ক’ভিড প্ৰতিৰোধী এণ্টিবডী গঢ় ল’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid vaccinationGMCHGuwahatiHimanta Biswa Sarma
publisher

publisher

Related Posts

এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
News

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
News

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d