Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন

publisher by publisher
January 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন
3
SHARES
25
VIEWS
ShareShareShareShare

চিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ আৰাইখুংগ্ৰী পাৰ্কত অনুষ্ঠিত হৈছে চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন ।

ADVERTISEMENT

আজি ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশন । বিপিএফ ৰ মূল কমিটী, মহিলা শাখা আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে জিলা সমিতি আৰু ব্লক কমিটী সমুহে।

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

Guwahati:মিত্ৰতাত আবদ্ধ বিজেপি- বিপিএফ ! এনডিএত এন্টি হাগ্ৰামাৰ দল বিপিএফৰ

WhatsApp Image 2021 01 16 at 3.45.08 PM

শ্বহিদ বেদীত মাল‍্যাৰ্পন কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীয়ে। তাৰ পিচতে অনুষ্টিত হয় প্ৰতিনিধি সভা। এই অধিৱেশনৰ প্ৰতিনিধি সভাত বিশেষকৈ আগন্তক বিধান সভা নিৰ্ব্বাচনৰ ৰণনীতি প্ৰস্থুত কৰিব।

জিলা সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উদ্ধোধনি ভাষণ দিয়ে।

WhatsApp Image 2021 01 16 at 3.45.07 PM

অধিৱেশনত অংশগ্ৰহণ কৰি ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ এমচিএল এ ছাইকং বসুমতাৰী( বি ছাউৰাইগ্ৰা)ই কয় যে বি আৰ ফেৰেঙ্গাৰ ইপিপিএল দলে বিটিআৰ চুক্তিৰ ৭.২ দফা ৰূপায়ণ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে কোকৰাঝাৰ জিলাৰ সৰলপাৰাত উচ্ছেদ চলাব গৈছিল।

দুৰ্ভাগ্যজনকভাৱে বিপিএফৰ ষড়যন্ত্ৰত তাত অপ্ৰিতিকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাটো দৃষ্টীগোচৰ হৈছে য’ত ছাউৰাইগ্ৰাৰ নাম সাঙুৰিছে। গতিকে তাত মই কোন বুলি কয় ছাউৰাইগ্ৰাই।

WhatsApp Image 2021 01 16 at 3.45.06 PM 1

অধিৱেশনত বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীয়ে কয় যে বিধান সভা নিৰ্ব্বাচনত বিজেপি মুক্ত অসম গঢ়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হ’ব। বিজেপিয়ে মাথো বড়োক নহয় অসমৰ অন‍্যান‍্য সকলো জাতী জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব ।

গতিকে বিজেপি বিৰোধী শক্তিশালী স্থিতি লৈ আমি বিধান সভা নিৰ্ব্বাচনত নামিম আৰু বিটিচিৰ ১২ টা বিধান সভা সমষ্টি বিপিএফৰ দখলত লোৱাৰ চেষ্টা চলাম বুলিও কয় খাম্পা বৰগয়াৰীয়ে।

WhatsApp Image 2021 01 16 at 3.45.06 PM

কোকৰাঝাৰৰ সৰপাৰাত ফেৰেঙ্গাৰ নেতৃত্বত অবৈধভাৱে এই সকল লোকক বহাইছিল তেতিয়া আমি বাধা দিছিলো কিন্তু বিৰোধিতা কৰিছিল। কিন্তু এতিয়া চৰকাৰত বহাৰ পিচত তেওঁলোকে বনাঞ্চল ৰক্ষা কৰাটো কৰ্তব‍্য বুলি ভাৱিছে বুলিও কয়।

চিৰাং জিলাৰ পৰা বিপিএফ দলে সাতটা পৰিষদীয় সমষ্টিৰ পৰা পাঁচখন আসন দখল কৰি বিটিচিৰ ভিতৰতে শক্তিশালী ৰূপত আছে। গতিকে বিপিএফ দলৰ চিৰাং জিলা সমিতিৰ এই অধিৱেশনে জিলাখনত আগন্তক বিধান সভা নিৰ্ব্বাচনৰ বাবে শক্তিশালী ৰণনীতি প্ৰস্তুত কৰাটো নিশ্চিত হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BPFchirang assam
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d