Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাহাৰ-ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভা ৰাজ্যৰ জোনবিল মেলা আৰম্ভ

publisher by publisher
January 21, 2021
in Assam, Culture, India, News
Reading Time: 1 min read
0
পাহাৰ-ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভা ৰাজ্যৰ জোনবিল মেলা আৰম্ভ
6
SHARES
55
VIEWS
ShareShareShareShare

প্ৰাচীন গৌৰৱময় ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যৰ জোনবিল মেলা আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা জোনবিলৰ পাৰত আৰম্ভ হয়। ১৬শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলাখনি আজি পুৱা ছয় বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে আৰম্ভ কৰা হয় । এই আৰম্ভণি অনুষ্ঠানৰ পাছতে গাভৰুআমত বন্তি প্ৰজ্বলন কৰা হয়।

ADVERTISEMENT

IMG 20210121 WA0038

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

পুৱা ন বজাত জোনবিল মেলাস্থলিত পতাকা উত্তোলন কৰে গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই । এই স্থানতেই বন্তি প্ৰজ্বলন কৰে জোনবিল মেলা আয়োজক সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে । আজি দিনৰ ভাগত গোভা ৰজাই ৰাজবিষয়া সকলৰ স’তে প্ৰাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খায় । এই ভোজভাত পৰ্বত গোভা ৰাজ্যৰ পাটনিয়া ৰজা ভদ্ৰসিং দেওৰাজাই অংশ গ্ৰহণ কৰে।

IMG 20210121 WA0036

ইপিনে আজিৰে পৰা অনুষ্ঠিত হোৱা এই প্ৰাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটিছে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লোকৰ ।

IMG 20210121 WA0039

মেঘালয়, কাৰ্বি আংলঙৰ লংপ, মৰঙা, উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ,মায়ং, চুমিদাং, লুমফৈ,আমদাং, আমদঙা, লেমেৰা,খাৰখুজি, আমবাট, মাৰ্জং,বালিখুজি, দাপমাছাল, নুনফৈ আদি পাহাৰীয়া অঞ্চলৰ পৰা ঐতিহাসিক জোনবিল মেলালৈ অহা জনজাতীয় মামা-মামী সকলৰ লগত বিয়লি চাৰি বজাত গোভাৰজাৰ কথোপকথনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে।

IMG 20210121 WA0035

পাহাৰ ভৈয়ামৰ সম্প্ৰিতি চানেকিৰে মিলনভূমিত পৰিণত হোৱা জোনবিল মেলাত আজি উজ্বলিছে প্ৰাচীন তিৱা ৰাজ্যৰ গোভা বৰ্ণিল সংস্কৃতি । তিৱা বৰতৰ গীত মাতেৰে মুখৰিত হৈ উঠা জোনবিল মেলাৰ আজি প্ৰথম দিনা গোভা ৰাজ্যখনৰ ৰজাদিনীয়া ৰাজ সম্পদসমূহ প্ৰদৰ্শিত হয়। কৰ’না মহামাৰীৰে ত্ৰাসৰ সৃষ্টি কৰা সময়তো আজি জোনবিল মেলাত জাতি জনগোষ্ঠীৰ লোকেৰে জোনবিল মেলা ক্ষেত্ৰ পৰিপূৰ্ণ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamJonbeel MelaMORIGAON
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d