Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 ২৭গৰাকী পত্নী-১৫০টি সন্তানৰে সুখী কানাডাৰ এজন বহুগামী

publisher by publisher
January 25, 2021
in News
Reading Time: 1 min read
0
 ২৭গৰাকী পত্নী-১৫০টি সন্তানৰে সুখী কানাডাৰ এজন বহুগামী
1
SHARES
13
VIEWS
ShareShareShareShare

২৭গৰাকী পত্নী আৰু ১৫০টি সন্তানৰে এক বিশাল পৰিয়াল কানাডাৰ প্রতিষ্ঠিত ব্যৱসায়ী উইনষ্টন ব্লেকমােৰৰ। বিশাল পৰিয়ালৰ বাবেই কানাডাৰ অন্যতম বহুগামী ব্যক্তিৰূপে পৰিচিত ব্লেকমােৰ। ৬৪ বছৰীয়া লােকজনৰ ২৭ গৰাকী পত্নীৰ ফালৰ পৰা আছে ১৫০টি পুত্র-কন্যা।

ADVERTISEMENT

এই বহুগামী পৰিয়ালৰ ১৯ বছৰীয়া পুত্র মার্লিন ব্লেকমােৰে সম্প্রতি নিজৰ এই বিশাল পৰিয়ালৰ কথা সামাজিক মাধ্যমত ‘শ্বেয়াৰ কৰিছে। পৰিয়ালৰ কাৰ জন্মদিনত কেনেদৰে উৎসৱ হয় বা ইমানবােৰ ভ্ৰাতৃ-ভগ্নীব স’তে স্কুললৈ যােৱাৰ অভিজ্ঞতায়াে দৃষ্টি আকৰ্ষণ কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ।

RelatedPosts

কানাডাৰ বিদ্যালয়ত ভয়াবহ গুলিচালনা,নিহত ১০ জন !

পুনৰ ট্রাম্পৰ শুল্কবাণ নিক্ষেপ কানাডাৰ উপৰত ৩৫ শতাংশ কৰ আৰোপ কৰিলে আমেৰিকাই 

একে সময়তে অৱতৰণৰ চেষ্টা!

মার্লিনৰ উপৰি তেওঁ আন দুই ভ্রাতৃ মুৰাৰী আৰু ৱাৰেনেও সামাজিক মাধ্যমত নিজৰ বিশাল পৰিয়ালৰ বিভিন্ন কথা-কাণ্ড সদৰী কৰিছে। কানাডাৰ ব্রিটিছ কলম্বিয়াৰ বাউন্টিফুলত । নিজৰ বিশাল পৰিয়ালৰ স’তেই থাকে মার্লিনে। পৰিয়ালৰ ইমানবোেৰ সদস্যৰ স’তে একেলগে থকাটো যিমান তৃপ্তিদায়ক, সিমানেই অস্বস্তিকৰ বুলিও তিনি ভ্রাতৃয়ে জনাইছে।

মার্লিনে জনাইছে যে ১৫০জন ভ্রাতৃ-ভগ্নীৰ ভিতৰত সবাতােকৈ ডাঙৰজনৰ বয়স ৪৪ বছৰ আৰু সর্বকনিষ্ঠৰ। বয়স এবছৰ। প্রত্যেকেই নিজৰ গৰ্ভধাৰিণী। মাতৃক ‘মাম বুলি মাতে। আনহাতে,মাহমাককলক সম্বােধন কৰে মাদাৰ’ বুলি। ভিন্ন মাতৃৰ গৰ্ভৰ পৰা একেদিনাই জন্মগ্রহণ কৰাৰ উদাহৰণাে ব্লেকমোেৰ পৰিয়ালত আছে।

অর্থাৎ একেদিনাই জন্ম ল’লেও তেনে ভ্রাতৃ-ভগ্নী যমজ নহয়। সকলাে ভ্রাতৃ-ভগ্নীয়ে একেখন স্কুলতে পঢ়ে বুলিয়েই মার্লিনে জনাইছে। লক্ষ্যণীয়ভাৱে বিদ্যালয়খনৰ স্বত্তাধিকাৰীও তেওঁলােকৰ পিতৃ উইনষ্টন। অস্বাভাৱিকভাৱে বৃহৎ পৰিয়ালটোৰ নিজৰ সৰু ভ্ৰাতৃ-ভগ্নীসকলক চম্ভাললাতে বাহিৰৰ আন কাৰােবাৰ স’তে বন্ধুত্ব স্থাপন সময়েই পােৱা নাযায় বুলি মার্লিনে জনাইছে।

উল্লেখ্য যে বিশাল পৰিয়ালটোৰ কোনাে সদস্যই পৃথকে নাথাকে। সকলােৱে এটা বিশাল গৃহতে একেলগে বাস কৰে।তেওঁলােকৰ সেই ঘৰৰ নাম ‘মােটেল হাউছ’। ইমানবােৰ সদস্যৰ বাবে বজাৰৰ পৰা সামগ্রী ক্রয় কৰি অনাও যে কিমান কষ্টকৰ, সেই কথাও মার্লিনে জনাইছে।সেইবাবেই নিজৰ বাসগৃহৰ চৌহদদে তেওঁলােকে শাক-পাচলিৰ খেতি কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CanadaWinston Blackmore
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d