পুৰুষৰ কাম মহিলাই নোৱাৰাৰ কথা নাই তাকেই প্ৰমাণ কৰিলে এই গৰাকী মহিলাই

চানমাৰিৰ পেট্ৰ’ল পাম্পত ঐক্যপোছাক পিন্ধি এইদৰে গ্ৰাহকক খাৰুৱা তেল যোগান ধৰি আছে।এক নব কৰ্মসংস্কৃতি গঢ় লৈছে এইখন অসমত।

পুৰুষৰ কাম মহিলাই নোৱাৰাৰ কথা নাই ।এই সুন্দৰ দৃশ্যই তাকেই প্ৰমাণ কৰে।

Exit mobile version