Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Fashion

মিছ ইণ্ডিয়া ২০২০ ৰাণাৰআপ মান্য সিং

স্বপ্ন পূৰণ কৰিবলৈ বাচন মাজি উপাৰ্জন !

publisher by publisher
February 12, 2021
in Entertainment, Fashion, India, News
Reading Time: 1 min read
0
মিছ ইণ্ডিয়া ২০২০ ৰাণাৰআপ মান্য সিং
10
SHARES
100
VIEWS
ShareShareShareShare

কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে শত বাধাকো নেওচি স্বপ্ন পূৰণ কৰিব পাৰি তাৰেই এক নিদৰ্শন দিলে মান্য সিঙে ।

ADVERTISEMENT

3a3331ab36898ce62d032288ef6fafdbe23e5a12d6ad4bd420de761c8780e4dd

RelatedPosts

No Content Available

এজন অট’চালকৰ জী মান্যই সম্প্ৰতি এটা সৰ্বভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

79666456

মান্যৰ জন্ম উত্তৰপ্ৰদেশত । সৰুৰ পৰাই অভাৱৰ সংসাৰ তেওঁলোকৰ । অট’চালক পিতৃয়ে যিখিনি উপাৰ্জন কৰে সেইখিনিয়ে দুবেলা ভালকৈ খাবলৈও নোজোৰে । ভুকৰ তাৰণাত নিশা কটাবলগীয়া হৈছিল ।

2manya 20singh 20miss 20india 20runner 20up 0

অভাৱ-অনাতন থাকিলেও মান্যক পঢ়িবলৈ যথাসাধ্য সুবিধা প্ৰদান কৰিছিল তেওঁৰ অভিভাৱকে ।

Manya Singh Wiki 4

বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিবলৈ মান্যৰ মাতৃয়ে সকলোবোৰ গহণা বন্ধকত ৰাখিবলগীয়া হৈছিল ।

কিন্তু এইদৰে আৰু কিমান দিন ? মান্যৰ স্কুলীয়া শিক্ষা প্ৰায় বন্ধই হৈ পৰিছিল । স্কুলত তেওঁৰ স’তে কোনেও বন্ধুত্বও কৰিব বিচৰা নাছিল ।

Manya Singh

অট’চালকৰ পুত্ৰী হোৱাৰ বাবে সহপাঠীসকলে তাইৰ পৰা দূৰত্ব ৰাখিছিল । সেইবোৰো তেওঁৰ পঢ়া-শুনাত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা হৈ পৰিছিল ।

ক্ৰমে বিদ্যালয় যোৱা বন্ধ হৈ পৰিছিল মান্যৰ ।  ঘৰৰ কাম-বন কৰিয়ে দিন কটাইছিল তেওঁ । বাচন ধোৱা, ঘৰ পৰিষ্কাৰ কৰা এইবোৰেই দৈনন্দিন ৰুটিন হৈ পৰিছিল মান্যৰ ।

190589 maweb 1

১৪ বছৰ বয়সতে গৃহ এৰি পলায়ন কৰে মান্যই । বহু কষ্টেৰে উপাৰ্জন কৰি শিক্ষা গ্ৰহণ কৰিবলৈ ধন গোটোৱা আৰম্ভ কৰে ।

দিনত পঢ়া-শুনা, সন্ধিয়া বাচন মাজা আৰু কল চেণ্টাৰত কাম কৰিছিল মান্যই । তেওঁ এনেদৰেই ছাত্ৰী জীৱন সম্পন্ন কৰে । সামান্য খৰচ কম কৰিবৰ বাবে বাট কুৰি বাই খোজকাঢ়িছিল ।

5 1

মিছ ইণ্ডিয়া ২০২০ৰ ৰাণাৰআপ হৈ মান্যই এই সকলোবোৰ কথা নিজ মুখে সদৰী কৰে । কিন্তু কেনেকৈ ঘৰৰ পৰা পলাই গৈছিল, ক’ত গৈছিল আৰু কেনেকৈ উপাৰ্জনৰ পথ বিচাৰি পাইছিল সকলো কথা স্পষ্টকৈ ব্যক্ত নকৰিলে মান্যই ।

miss india winners 759

মান্যই কয় যে, এই সন্মান তেওঁৰ বাবে স্বপ্নৰ দৰে । ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁ ।

https://www.instagram.com/p/CIn8RRkJwlP/?utm_source=ig_embed

নিশা টোপনি ক্ষতি কৰি নিজকে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰিছিল । প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত ধন তেওঁ পিতৃ, মাতৃ আৰু ভাতৃক দিব বিচাৰে । লগতে মান্যই এগৰাকী  সফল মডেল হ’ব বিচাৰে ।

pjimage 38 1613005120

মান্যৰ স্বপ্ন পূৰ্ণ হৈছে । তেওঁ বিচাৰে, তেওঁৰ দৰে যাতে অন্য কোনোৱে নিজৰ স্বপ্ন পাহৰি নাযায় । কঠোৰ পৰিশ্ৰম কৰি নিজৰ স্বপ্নক বাস্তৱায়িত কৰে ।

https://www.instagram.com/p/CLI9UOOqRpb/?utm_source=ig_embed

সুন্দৰী প্ৰতিযোগিতাত জয়ী হোৱাৰ পাছত নিজৰ কাহিনী সমাজ মাধ্যমত প্ৰকাশ কৰে মান্যই । অনুপ্ৰেৰণা হৈ আনৰ স্বপ্ন পূৰ্ণ কৰাই এতিয়া মান্যৰ লক্ষ্য ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manya SinghMiss India 2020
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d