Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

পূজাৰা-হনুমা-শচীন পুত্ৰসহ ২৯২জন ক্ৰিকেটাৰ নিলাম হ’ব ১৮ ফেব্ৰুৱাৰীত

publisher by publisher
February 12, 2021
in India, News, Sports
Reading Time: 1 min read
0
পূজাৰা-হনুমা-শচীন পুত্ৰসহ ২৯২জন ক্ৰিকেটাৰ নিলাম হ’ব ১৮ ফেব্ৰুৱাৰীত
3
SHARES
34
VIEWS
ShareShareShareShare

১১১৪ জন ক্ৰিকেটাৰে অনাগত আইপিএল নিলামৰ বাবে নিজৰ নাম নথিভুক্ত কৰিছিল । আঠটা দলে ২৯২জন ক্ৰিকেটাৰৰ নাম নিলামৰ বাবে অন্তৰ্ভুক্ত কৰিছে । ১৮ ফেব্ৰুৱাৰীত চেন্নাইত  এই ক্ৰিকেটাৰসকলৰ নিলাম কাৰ্যসূচী অনুষ্ঠিত হ’ব । ভাৰতৰ টেষ্ট দলৰ অন্যতম মুখ্য ক্ৰিকেটাৰ চেটেশ্বৰ পূজাৰা বহুদিন আইপিএল ক্ৰিকেটৰ পৰা বিৰত আছিল ।

ADVERTISEMENT

আইপিএল ২০২১ ত তেওঁক পুনৰ খেলপথাৰত প্ৰত্যক্ষ কৰাৰ সম্ভাৱনা আছে । ২৯২ জন‌ ক্ৰিকেটাৰৰ ভিতৰত তেঁৱো এজন । কলকাতা নাইট ৰাইডাৰ্চ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কিংছ ইলেভেনৰ হৈ খেলাৰ অভিজ্ঞতা আছে তেওঁৰ । তেওঁ অষ্ট্ৰেলিয়াৰ খেলপথাৰত কেৰিয়াৰৰ আটাইতকৈ বেছি বল খেলি অৰ্ধশত ৰাণ কৰাৰ ৰেকৰ্ড কৰিছিল । পূজাৰাই নিজৰ মূল্য ৰাখিছে ৫০ লাখ টকা ।

RelatedPosts

বেংগালুৰুত আৰ চি বি উদযাপনত অসংযত ভিৰ, পদপিষ্ট হৈ মৃত্যু অন্তত সাতজন!

Tata IPL Match: আইপিএলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

IPL 2023 : আইপিএলত প্ৰথম উইকেট তেণ্ডুলকাৰৰ ! পুত্ৰ অৰ্জুনক লৈ কি ক’লে শচীনে ?

নিলামত আছে হনুমা বিহাৰীও । তেওঁ নিজৰ মূল্য ৰাখিছে এক কোটি টকা । শচীনৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ নামো নিলামৰ বাবে অন্তৰ্ভুক্ত হৈ আছে । ছৈয়েদ মুস্তাক আলি ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে আইপিএল নিলামত‌ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অসুবিধাৰ সন্মুখীন নহ’ল তেওঁ । অৰ্জুনে নিলামৰ বাবে নিজৰ মূল্য ৰাখিছে ন্যূনতম ২০ লাখ টকা ।আইপিএলত প্ৰথমবাৰৰ বাবে দেখা যাব অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবোচেনক ।

তেওঁ আইপিএলৰ বাবে নিজৰ মূল্য এক কোটি ৰাখিছে । অষ্ট্ৰেলিয়াৰ হৈ নিয়মিত খেলিলেও এতিয়ালৈকে টি-২০ খেলা নাই লাবোচেনে । নিলামত সৰ্বোচ্চ মূল্যত আছে হৰভজন সিং, কেদাৰ যাদৱ । তেওঁলোকে নিজৰ ‌মূল্য ৰাখিছে দুই কোটি টকা । দুই কোটি মূল্য ৰখা বৈদেশিক খেলুৱৈসকলৰ ভিতৰত আছে ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, ছাকিব আল হাছান, মইন আলি, ছেম বিলিংছ, লিয়াম প্লেনকেট, জেছন ৰয় আৰু মাৰ্ক উড ।

সূত্ৰ অনুসৰি, শ্ৰীশান্তে নিজৰ নাম আইপিএলৰ বাবে নথিভুক্ত কৰিছিল কিন্তু কোনো দলে তেওঁৰ নাম বাচনি নকৰাৰ বাবে নিলামত নাথাকিব ।নিলামত থাকিব ১৬৪ জন ভাৰতীয় খেলুৱৈ আৰু ১২৫ জন বৈদেশিক ক্ৰিকেটাৰ । লগতে থাকিব তিনিজন সহযোগী ৰাষ্ট্ৰৰ ক্ৰিকেটাৰ ।আটাইতকৈ বেছি ধনৰ হিতাধিকাৰী হৈছে কিংছ ইলেভেন পঞ্জাৱ । লোকেশ ৰাহুলৰ দল নিলামত যাব ৫৩ কোটি ১০ লাখ টকাত ।

ধনীৰ চেন্নাই ছুপাৰ কিংছৰ আছে ২২ কোটি ৯০ লাখ টকা, কলকাতাৰ ১০ কোটি ৮৫ লাখ টকা, বিৰাটৰ দলৰ আছে ৩৫ কোটি ৭০ লাখ টকা, ৰাজস্থান ৰয়েলছৰ ৩৪ কোটি ৮৫ লাখ টকা । আইপিএল ২০২০ৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্সৰ আছে ১৫ কোটি ৫০ লাখ টকা, ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ১০ কোটি ৭০ লাখ টকা আৰু আটাইতকৈ কম ধন আছে দিল্লী কেপিটেলছৰ ন কোটি টকা ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arjun tendulkarCheteshwar PujaraIPL Auctin2021KKRRCB
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d