Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

    অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

    Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত

    Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বালিৰ পৰ্যটকৰ আকৰ্ষণ চাৰিখন পৰিত্যক্ত বিমান

স্থানীয় লোকেও নাজানে এই বিমানসমূহৰ প্ৰকৃত ৰহস্য

publisher by publisher
February 16, 2021
in News
Reading Time: 1 min read
0
বালিৰ পৰ্যটকৰ আকৰ্ষণ চাৰিখন পৰিত্যক্ত বিমান
3
SHARES
25
VIEWS
ShareShareShareShare

বিশ্বৰ পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষতণীয় স্থান হৈছে ইণ্ডোনেছিয়াৰ চহৰ বালি । ছবিৰ দৰে অপূৰ্ব তথা মনোমোহা সাগৰৰ উপকূল, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ বাবেই বিখ্যাত বালি চহৰ । অৱশ্যে বালিৰ আন এক আকৰ্ষণো আছে । চহৰখনত থকা একাধিক পৰিত্যক্ত বিমানসমূহৰ ৰহস্য আজি পৰ্যন্ত কোনেও ভেদ কৰিব পৰা নাই ।

ADVERTISEMENT

ইয়াৰে কোনোবা বিমান যদি আছে সাগৰৰ উপকূলত, আন কোনোবাখন আকৌ আছে জনাঞ্চলত । কোনে, কেতিয়া বা কেনেকৈ এই বিমান চাৰিখন আনি সংশ্লিষ্ট স্থানসমূহলৈ আনিলে, কিয়নো বিমানসমূহ এইদৰে এৰি থৈ গ’ল; সেইবোৰ প্ৰশ্নৰ উত্তৰ আনকি স্থানীয় বাসিন্দাসকলৰ হাততো নাই । ইয়াৰ পৰিপ্ৰেক্ষিততে আকৰ্ষণ বাঢ়িছে এই বিমান কেইখনৰ ।

RelatedPosts

Bali G-20 Summit : ইণ্ডোনেছিয়াত আৰম্ভ জি-২০ সন্মিলন

Indonesia : পবিত্ৰ গছৰ তলত নগ্ন হৈ ফটো ! সংস্কৃতিৰ অপমানৰ অভিযোগত বহিস্কাৰ দম্পতী

China plane crash : ১৩৩ জন যাত্রীসহ দক্ষিণ-পশ্চিম চীনত ধ্বংস বোয়িং ৭৩৭, স্পষ্ট নহয় হতাহতৰ সংখ্যা

স্থানীয় লোকৰ মাজত বিমানসমূহক কেন্দ্ৰ কৰি বিভিন্ন কথা প্ৰচলিত আছে । যিবোৰ কথাই সৃষ্টি কৰিছে গভীৰ ৰহস্য । লক্ষ্যণীয়ভাৱে বালি প্ৰশাসনেও এই বিমানসমূহ আঁতৰাই নিয়াৰ ব্যৱস্থা কৰা নাই । ফলত দৈনিক বহু পৰ্যটকেই এই পৰিত্যক্ত বিমান চাৰিখন চাবলৈ ভিৰ কৰে ।

বালিৰ দক্ষিণ কুটাত জনাঞ্চলতে থিয় হৈ আছে এখন পৰিত্যক্ত ব’য়িং ৭৩৭ বিমান । বিমানখনৰ পাছতে আছে এটা বৃহৎ ৰাস্তা । কেতিয়া আৰু কেনেকৈ বিমানখন জনাঞ্চললৈ আহিল সেই কথা স্থানীয় লোকসকলে নাজানে । কাৰোবাৰ মতে, এজন স্থানীয় ব্যৱসায়ীয়ে বিমানখনতে বাসস্থান নিৰ্মাণৰ বাবে উক্ত স্থানলৈ আনিছিল ।

আন কোনো লোকৰ মতে, এই বিমানঘৰত যাদুঘৰ বা চিনেমাঘৰ নিৰ্মাণ কৰাৰ কথা আছিল । একাংশ স্থানীয় লোকে দাবী কৰে যে শীঘ্ৰেই বিমানান ৰেস্তোৰাঁলৈ পৰিৱৰ্তিত হ’ব । বিমানখন সম্প্ৰতি স্থানীয় লোকৰ তত্ত্বাৱধানতে আছে । কিছু টকাৰ বিনিময়ত পৰ্যটকে বিমানৰ ভিতৰত প্ৰৱেশ কৰি চাব পাৰে । আন এখন পৰিত্যক্ত বিমান আছে বালিৰ এটা উপদ্বীপত । সেই উপদ্বীপৰ পাণ্ডায়া উপকূলৰ একেবাৰে কাষতে বিমানখন ৰাখি থোৱা আছে । উপকূলৰ একেবাৰে কাষতে থকা বাবে এইখন হৈছে বালিৰ সবাতোকৈ জনপ্ৰিয় পৰিত্যক্ত বিমান । এনে এক স্থানত বিমানখন উক্ত স্থানলৈ আহিল, সেয়া বিস্ময়কৰ ।

plane1

বহুতে ধাৰণা কৰে যে বিমানৰ বিভিন্ন অংশ পৃথকভাৱে আনি পাছত উক্ত স্থানত জোৰা লগোৱা হৈছে । কোনো কোনো লোকে দাবী কৰে যে বিমানখনৰ গৰাকী অষ্ট্ৰেলিয়াৰ নাগৰিক । তেওঁৰ উদ্দেশ্য আছিল বিমানখনক উপকূলৰ ৰেস্তোৰাঁত পৰিণত কৰাৰ । কিন্তু প্ৰশাসনে অনুমতি নিদিয়াত ৰেস্তোৰাঁৰ কাম এতিয়াও আৰম্ভ হোৱা নাই । বহুতে আকৌ দাবী কৰে যে টকা লুট কৰি চালকে বিমানখন তাতেই এৰি পলায়ন কৰে । এই বিমানখনত অৱশ্যে ভিতৰত প্ৰৱেশ কৰি চোৱাৰ অনুমতি নাই ।

তৃতীয়খন পৰিত্যক্ত বিমান হৈছে মেকড’নেল ডগলাছ ডিচি১০ । এই বামানখন খন আছে বালিৰ গেট ৮৮ মলৰ ছাদত । এই মলৰ ছাদলৈ যোৱাৰ বাবে এলিভেটৰত উঠিব লাগিব । এলিভেটৰত উঠি পৰ্যটকে বিমানখনৰ কাষত উপস্থিত হ’ব পাৰে । এই বিমাখন প্ৰথমে ক্ৰয় কৰিছিল ব্ৰিটিছ কেলেড’নিয়ান এয়াৰৱেজে । পাছত তেওঁলোক আমেৰিকাৰ এটা কোম্পানীক বিমানখন বিক্ৰী কৰে । কোম্পানীটোৱে পণ্যবাহী বিমানৰূপে ব্যৱহাৰ কৰিছিল । তাৰ পাছত বিমানখন জিম্বাব’ৱেৰ এটা কোম্পানীক বিক্ৰী কৰা হয় । বহুদিন সেই কোম্পানীৰ কামত ব্যৱহাৰ কৰাৰ পাছত বিমানখন বাতিল কৰে । তাৰ পাছতে পৰিত্যক্ত বিমানখনৰ ঠাই হয় উক্ত মলৰ ছাদত ।

আন এখন পৰিত্যক্ত ব’য়িং ৭৩৭-২০০ বিমান আছে পশ্চিম বালিত । এইখন ভৌতিক বিমানৰূপেই অধিক পৰিচিত । জেমব্ৰানা অঞ্চলৰ এখন মুকলি পথাৰত এই বিমানখন ৰাখি থোৱা আছে । এই বিশাল মুকলি পথাৰত সম্প্ৰতি বহু বাসগৃহ গঢ়ি উঠিছে । হয়তো এই বিমানখনকো ভিলাত পৰিণত কৰাৰ পৰিকল্পনা আছিল । বিমানখনৰ ভিতৰত প্ৰৱেশ কৰি চোৱাৰ বাবে ধন নালাগে কিন্তু কেবিনত প্ৰৱেশৰ অনুমতি নাই ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BaliBoeing 737
publisher

publisher

Related Posts

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!
India

অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

May 14, 2025
অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!
India

অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

May 14, 2025
Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত
News

Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত

May 14, 2025
Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d