Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বালিৰ পৰ্যটকৰ আকৰ্ষণ চাৰিখন পৰিত্যক্ত বিমান

স্থানীয় লোকেও নাজানে এই বিমানসমূহৰ প্ৰকৃত ৰহস্য

publisher by publisher
February 16, 2021
in News
Reading Time: 1 min read
0
বালিৰ পৰ্যটকৰ আকৰ্ষণ চাৰিখন পৰিত্যক্ত বিমান
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

বালিত হোটেলৰ সামগ্ৰী চুৰিৰ অভিযোগত ধৰা পৰিল চাৰি ভাৰতীয় পৰ্যটক

Bali G-20 Summit : ইণ্ডোনেছিয়াত আৰম্ভ জি-২০ সন্মিলন

Indonesia : পবিত্ৰ গছৰ তলত নগ্ন হৈ ফটো ! সংস্কৃতিৰ অপমানৰ অভিযোগত বহিস্কাৰ দম্পতী

বিশ্বৰ পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষতণীয় স্থান হৈছে ইণ্ডোনেছিয়াৰ চহৰ বালি । ছবিৰ দৰে অপূৰ্ব তথা মনোমোহা সাগৰৰ উপকূল, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ বাবেই বিখ্যাত বালি চহৰ । অৱশ্যে বালিৰ আন এক আকৰ্ষণো আছে । চহৰখনত থকা একাধিক পৰিত্যক্ত বিমানসমূহৰ ৰহস্য আজি পৰ্যন্ত কোনেও ভেদ কৰিব পৰা নাই ।

ADVERTISEMENT

ইয়াৰে কোনোবা বিমান যদি আছে সাগৰৰ উপকূলত, আন কোনোবাখন আকৌ আছে জনাঞ্চলত । কোনে, কেতিয়া বা কেনেকৈ এই বিমান চাৰিখন আনি সংশ্লিষ্ট স্থানসমূহলৈ আনিলে, কিয়নো বিমানসমূহ এইদৰে এৰি থৈ গ’ল; সেইবোৰ প্ৰশ্নৰ উত্তৰ আনকি স্থানীয় বাসিন্দাসকলৰ হাততো নাই । ইয়াৰ পৰিপ্ৰেক্ষিততে আকৰ্ষণ বাঢ়িছে এই বিমান কেইখনৰ ।

স্থানীয় লোকৰ মাজত বিমানসমূহক কেন্দ্ৰ কৰি বিভিন্ন কথা প্ৰচলিত আছে । যিবোৰ কথাই সৃষ্টি কৰিছে গভীৰ ৰহস্য । লক্ষ্যণীয়ভাৱে বালি প্ৰশাসনেও এই বিমানসমূহ আঁতৰাই নিয়াৰ ব্যৱস্থা কৰা নাই । ফলত দৈনিক বহু পৰ্যটকেই এই পৰিত্যক্ত বিমান চাৰিখন চাবলৈ ভিৰ কৰে ।

বালিৰ দক্ষিণ কুটাত জনাঞ্চলতে থিয় হৈ আছে এখন পৰিত্যক্ত ব’য়িং ৭৩৭ বিমান । বিমানখনৰ পাছতে আছে এটা বৃহৎ ৰাস্তা । কেতিয়া আৰু কেনেকৈ বিমানখন জনাঞ্চললৈ আহিল সেই কথা স্থানীয় লোকসকলে নাজানে । কাৰোবাৰ মতে, এজন স্থানীয় ব্যৱসায়ীয়ে বিমানখনতে বাসস্থান নিৰ্মাণৰ বাবে উক্ত স্থানলৈ আনিছিল ।

আন কোনো লোকৰ মতে, এই বিমানঘৰত যাদুঘৰ বা চিনেমাঘৰ নিৰ্মাণ কৰাৰ কথা আছিল । একাংশ স্থানীয় লোকে দাবী কৰে যে শীঘ্ৰেই বিমানান ৰেস্তোৰাঁলৈ পৰিৱৰ্তিত হ’ব । বিমানখন সম্প্ৰতি স্থানীয় লোকৰ তত্ত্বাৱধানতে আছে । কিছু টকাৰ বিনিময়ত পৰ্যটকে বিমানৰ ভিতৰত প্ৰৱেশ কৰি চাব পাৰে । আন এখন পৰিত্যক্ত বিমান আছে বালিৰ এটা উপদ্বীপত । সেই উপদ্বীপৰ পাণ্ডায়া উপকূলৰ একেবাৰে কাষতে বিমানখন ৰাখি থোৱা আছে । উপকূলৰ একেবাৰে কাষতে থকা বাবে এইখন হৈছে বালিৰ সবাতোকৈ জনপ্ৰিয় পৰিত্যক্ত বিমান । এনে এক স্থানত বিমানখন উক্ত স্থানলৈ আহিল, সেয়া বিস্ময়কৰ ।

বহুতে ধাৰণা কৰে যে বিমানৰ বিভিন্ন অংশ পৃথকভাৱে আনি পাছত উক্ত স্থানত জোৰা লগোৱা হৈছে । কোনো কোনো লোকে দাবী কৰে যে বিমানখনৰ গৰাকী অষ্ট্ৰেলিয়াৰ নাগৰিক । তেওঁৰ উদ্দেশ্য আছিল বিমানখনক উপকূলৰ ৰেস্তোৰাঁত পৰিণত কৰাৰ । কিন্তু প্ৰশাসনে অনুমতি নিদিয়াত ৰেস্তোৰাঁৰ কাম এতিয়াও আৰম্ভ হোৱা নাই । বহুতে আকৌ দাবী কৰে যে টকা লুট কৰি চালকে বিমানখন তাতেই এৰি পলায়ন কৰে । এই বিমানখনত অৱশ্যে ভিতৰত প্ৰৱেশ কৰি চোৱাৰ অনুমতি নাই ।

তৃতীয়খন পৰিত্যক্ত বিমান হৈছে মেকড’নেল ডগলাছ ডিচি১০ । এই বামানখন খন আছে বালিৰ গেট ৮৮ মলৰ ছাদত । এই মলৰ ছাদলৈ যোৱাৰ বাবে এলিভেটৰত উঠিব লাগিব । এলিভেটৰত উঠি পৰ্যটকে বিমানখনৰ কাষত উপস্থিত হ’ব পাৰে । এই বিমাখন প্ৰথমে ক্ৰয় কৰিছিল ব্ৰিটিছ কেলেড’নিয়ান এয়াৰৱেজে । পাছত তেওঁলোক আমেৰিকাৰ এটা কোম্পানীক বিমানখন বিক্ৰী কৰে । কোম্পানীটোৱে পণ্যবাহী বিমানৰূপে ব্যৱহাৰ কৰিছিল । তাৰ পাছত বিমানখন জিম্বাব’ৱেৰ এটা কোম্পানীক বিক্ৰী কৰা হয় । বহুদিন সেই কোম্পানীৰ কামত ব্যৱহাৰ কৰাৰ পাছত বিমানখন বাতিল কৰে । তাৰ পাছতে পৰিত্যক্ত বিমানখনৰ ঠাই হয় উক্ত মলৰ ছাদত ।

আন এখন পৰিত্যক্ত ব’য়িং ৭৩৭-২০০ বিমান আছে পশ্চিম বালিত । এইখন ভৌতিক বিমানৰূপেই অধিক পৰিচিত । জেমব্ৰানা অঞ্চলৰ এখন মুকলি পথাৰত এই বিমানখন ৰাখি থোৱা আছে । এই বিশাল মুকলি পথাৰত সম্প্ৰতি বহু বাসগৃহ গঢ়ি উঠিছে । হয়তো এই বিমানখনকো ভিলাত পৰিণত কৰাৰ পৰিকল্পনা আছিল । বিমানখনৰ ভিতৰত প্ৰৱেশ কৰি চোৱাৰ বাবে ধন নালাগে কিন্তু কেবিনত প্ৰৱেশৰ অনুমতি নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BaliBoeing 737
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d