- প’ক্স’ আইনৰ অধীনত গ্ৰেপ্তাৰ আটাইকেইজন।
- কন্যাসহ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো বিকৃত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰে ।
- ৰিণিকি ভূঞা শৰ্মাই মঙ্গলবাৰে নিশাই দিছ্পুৰ থানাত গোচৰ দাখিল কৰিছিল ।
- গ্ৰেপ্তাৰ- তৌফিকউদ্দিন আহমেদ, আছিফ ইকবাল, নজৰুল হুছেইন, নজমুল হক, মিজুল আলী ।
ADVERTISEMENT