তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ সমীপৰ এখন হোটেলৰ পৰা জব্দ কৰে বনৰৌৰ চাল আৰু এটা জীৱিত বনৰৌ ।
ADVERTISEMENT
মূল্যবান আপুৰুগীয়া বনৰৌ কেইটা সৰবৰাহৰ বাবে আনোতেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।ইয়াৰ মূল্য প্ৰায় ৩২ লক্ষাধিক বুলি ধাৰণা কৰা হৈছে ।আটকাধীন যুৱক চোমৱক ৱাংগচা, যুৱতী গৰাকী ফাৱাই ৱাংগচা অৰুণাচল প্ৰদেশৰ লংডিং নিংগনু গাঁৱৰ নিৱাসী অধিক তথ্যৰ সন্ধানত তিনিচুকীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।






























